ডিব্ৰুগড়
ডিব্ৰুগড় অসমৰ অন্যতম বৃহৎ চহৰ আৰু ডিব্ৰুগড় জিলাৰ সদৰ। ডিব্ৰুগড় অসমৰ পূব প্ৰান্তত অৱস্থিত। ডিব্ৰুগড়ক 'ভাৰতৰ চাহ নগৰী' বুলি জনা যায়।[2] ডিব্ৰুগড় নগৰ অসমৰ ৰাজধানী চহৰ গুৱাহাটীৰ পৰা ৩৪৯ কিলোমিটাৰ (২৭৩ মাইল) পূবত অৱস্থিত। ডিব্ৰুগড় নগৰ উত্তৰ-পূব ভাৰতৰ যোগাযোগ, উদ্যোগ তথা স্বাস্থ্য সেৱাৰ কেন্দ্ৰ।
ডিব্ৰুগড়
তি-ফাও[1] | |
---|---|
নগৰ | |
উপনাম: ভাৰতৰ চাহ নগৰী | |
দেশ | ভাৰত |
ৰাজ্য | অসম |
জিলা | ডিব্ৰুগড় জিলা |
নামকৰণ কৰা হৈছে | ডিব্ৰু নদী |
চৰকাৰ | |
• ধৰণ | পৌৰসভা |
• পৰিচালনা | ডিব্ৰুগড় পৌৰসভা |
• স্থাপিত | ১৮৭৩ |
• ৱাৰ্ডৰ সংখ্যা | ২২ |
• পৌৰপতি | সমা চক্ৰৱৰ্তী বিজেপি |
কালি | |
• মুঠ |
12.65 km2 (4.88 sq mi) |
উচ্চতা | ১০৮ মিটাৰ (৩৫৪ ফুট) |
জনসংখ্যা (2011) | |
• মুঠ |
1,54,019 |
ইতিহাস
সম্পাদনা কৰকডিব্ৰুগড় নামটো অসমীয়া ভাষাৰ দুটা শব্দ 'ডিব্ৰু' (ডিবাৰু-এখন নদীৰ নাম) আৰু 'গড়' (অৰ্থ-প্ৰাচীৰ বা কিলা)ৰ পৰা উদ্ভৱ হৈছে। এই ঠাই প্ৰাচীন কালত চুতীয়া ৰাজ্যৰ অধীনত আছিল। ১৫২২ চনৰ চুতীয়া-আহোম যুদ্ধৰ বাবে এই চহৰ খনৰ ঠাইত ডিবাৰু নৈৰ পাৰত এটি কিলা আছিল। সেয়েহে পাছলৈ চহৰ খনক ডিব্ৰুগড় নামেৰে জনা যায়।
ইয়াণ্ডাবু সন্ধি সন্ধি অনুসৰি যেতিয়া ব্ৰিটিছ ১৮২৬ চনত ব্ৰিটিছ অসমলৈ আহে, তেতিয়া তেওঁলোকে উজনি অসমৰ ডিব্ৰুগড়ক প্ৰশাসনিক আৰু বাণিজ্যিক কেন্দ্ৰ হিচাবে বাছি লয়।
নগৰৰ ৰূপ
সম্পাদনা কৰকপৰিচালনা
সম্পাদনা কৰকজনগাঁথনি
সম্পাদনা কৰকজলবায়ু
সম্পাদনা কৰকডিব্ৰুগড় বিমানবন্দৰ (1971–2000)ৰ জলবায়ুৰ তথ্য | |||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|
মাহ | জানু. | ফেব্ৰু. | মাৰ্চ | এপ্ৰি. | মে | জুন | জুলা. | আগ. | চেপ্টে. | অক্টো. | নৱে. | ডিচে. | বছৰ |
সৰ্বাধিক উষ্ণতা °C (°F) | 28.5 (83.3) |
31.9 (89.4) |
34.5 (94.1) |
36.0 (96.8) |
37.2 (99.0) |
38.1 (100.6) |
37.9 (100.2) |
37.5 (99.5) |
37.6 (99.7) |
36.3 (97.3) |
33.1 (91.6) |
30.6 (87.1) |
38.1 (100.6) |
গড় উষ্ণতা - উচ্চ °C (°F) | 22.8 | 23.9 | 26.4 | 27.6 (81.7) |
29.7 (85.5) |
31.1 (88.0) |
31.0 (87.8) |
31.8 (89.2) |
30.6 (87.1) |
29.8 (85.6) |
27.4 (81.3) |
24.2 (75.6) |
28.0 (82.4) |
গড় উষ্ণতা - নিম্ন °C (°F) | 9.2 (48.6) |
12.2 (54.0) |
15.9 (60.6) |
18.8 (65.8) |
21.9 (71.4) |
24.2 (75.6) |
24.6 (76.3) |
24.9 (76.8) |
23.8 (74.8) |
20.7 (69.3) |
15.0 (59.0) |
10.0 (50.0) |
18.4 (65.1) |
সৰ্বনিম্ন উষ্ণতা °C (°F) | 3.4 (38.1) |
4.8 (40.6) |
8.1 (46.6) |
10.8 (51.4) |
14.1 (57.4) |
16.5 (61.7) |
20.6 (69.1) |
19.5 (67.1) |
19.7 (67.5) |
13.3 (55.9) |
6.5 (43.7) |
2.7 (36.9) |
2.7 (36.9) |
বৰ্ষাপাতৰ পৰিমাণ মি.মি (ইঞ্চি) | 30.1 (1.185) |
58.9 (2.319) |
105.5 (4.154) |
230.4 (9.071) |
287.9 (11.335) |
428.5 (16.87) |
525.5 (20.689) |
427.7 (16.839) |
350.1 (13.783) |
143.3 (5.642) |
16.4 (0.646) |
18.6 (0.732) |
2,622.8 (103.26) |
% আৰ্দ্ৰতা | 80 | 74 | 68 | 75 | 76 | 81 | 85 | 82 | 85 | 83 | 81 | 82 | 79.3 |
Avg. rainy days | 3.5 | 5.7 | 8.8 | 13.4 | 14.1 | 18.0 | 21.7 | 17.1 | 15.2 | 7.4 | 1.8 | 1.7 | 128.4 |
উৎস নং ১: India Meteorological Department (record high and low up to 2010)[3][4] | |||||||||||||
উৎস নং ২: NOAA (humidity, 1971–1990)[5] |
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত ডিব্ৰুগড় সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ (Gogoi 2014:34),Note:As per Ahom Buranji
- ↑ অসম পৰ্যতন
- ↑ "Dibrugarh Climatological Table Period: 1971–2000". India Meteorological Department. http://www.imd.gov.in/section/climate/extreme/dibrugarh2.htm। আহৰণ কৰা হৈছে: April 20, 2015.
- ↑ "Ever recorded Maximum and minimum temperatures up to 2010" (PDF). India Meteorological Department. Archived from the original on April 12, 2015. https://web.archive.org/web/20150412065134/http://www.imdpune.gov.in/Temp_Extremes/histext2010.pdf। আহৰণ কৰা হৈছে: April 20, 2015.
- ↑ "Dibugarh/Mohanbari Climate Normals 1971–1990". National Oceanic and Atmospheric Administration. ftp://ftp.atdd.noaa.gov/pub/GCOS/WMO-Normals/RA-II/IN/42314.TXT। আহৰণ কৰা হৈছে: 22 December 2012.