বহুভুজ
(Myriagonৰ পৰা পুনঃনিৰ্দেশিত)
সৰলৰেখাৰ দ্বাৰা আৱদ্ধ সমতল যিকোনো চিত্ৰকে বহুভুজ বোলা হয়। যদি বহুভুজৰ সকলোবোৰ বাহু আৰু কোণ সমান হয়, তেন্তে তাক সুষম বহুভুজ বোলে।
সুষম বহুভুজৰ কেন্দ্ৰৰ পৰা যিকোনো বাহুৰ দূৰত্বকে "apothem" বোলা হয়। কোনো সুষম বহুভুজৰ ক্ষেত্ৰফল হ’ল ইয়াৰ apothem (a) আৰু পৰিসীমাৰ (p) গুণফলৰ অৰ্ধেক অৰ্থাৎ ।
বহুভুজ নামকৰণ
সম্পাদনা কৰকবহুভুজ শব্দৰ অৰ্থ হ’ল অধিক বাহু বিশিষ্ট আকৃতি। যি আকৃতি তিনিদাল বা তাতোকৈ অধিক আকৃতি লগ হৈ গঢ় লয় সেয়াই বহুভুজ। বহুভুজৰ বাহুৰ সংখ্যা অনুযায়ী আৰু কিছুমান উপভাগত বিভক্ত কৰা হৈছে।
লগতে চাওক
সম্পাদনা কৰকবাহ্যিক সংযোগ
সম্পাদনা কৰক- Polygon name generator, enter the number of sides to see the polygon's name
- Weisstein, Eric W., "Polygon" মেথৱৰ্ল্ডৰ পৰা.
- What Are Polyhedra?, with Greek Numerical Prefixes
- Polygons, types of polygons, and polygon properties, with interactive animation
- How to draw monochrome orthogonal polygons on screens, by Herbert Glarner
- comp.graphics.algorithms Frequently Asked Questions, solutions to mathematical problems computing 2D and 3D polygons
- Comparison of the different algorithms for Polygon Boolean operations Archived 2011-07-20 at the Wayback Machine, compares capabilities, speed and numerical robustness