চলমান খান
ভাৰতীয় অভিনেতা আৰু প্ৰযোজক
(Salman Khanৰ পৰা পুনঃনিৰ্দেশিত)
চলমান খান (ইংৰাজী: Salman Khan)[4] এজন জনপ্ৰিয় ভাৰতীয় অভিনেতা, প্ৰযোজক তথা টেলিভিচন ব্যক্তিত্ব। তেওঁ বৰ্তমানলৈকে কেইবাখনো বোলছবিত মুখ্য ভূমিকাত অভিনয় কৰিছে।
চলমান খান | |
---|---|
জন্ম | আব্দুল ৰচিদ চেলিম চলমান খান ২৭ ডিচেম্বৰ, ১৯৬৫ (৫৮ বছৰ) বান্দ্ৰা, মুম্বাই, মহাৰাষ্ট্ৰ |
বাসগৃহ | মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত[1] |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
শিক্ষা | ছেন্ট জেবিয়াৰ কলেজ, মুম্বাই[2] |
পেচা |
|
সক্ৰিয় হৈ থকা সময় | ১৯৮৮–বৰ্তমান |
পিতৃ-মাতৃ | চেলিম খান (পিতৃ) চালমা খান (মাতৃ) |
ৱেবছাইট | |
Salman Khan |
উল্লেখযোগ্য বোলছবি
সম্পাদনা কৰক- মেইনে প্যাৰ কিয়া (১৯৮৯)
- চাজন (১৯৯১)
- আন্দাজ অপনা অপনা (১৯৯৪)
- হম আপকে হে কৌন (১৯৯৪)
- কৰন অৰ্জুন (১৯৯৫)
- প্যাৰ কিয়া টো ডৰনা ক্যা (১৯৯৮)
- বিবি নম্বৰ ৱান (১৯৯৯)
- হম ডিল ডে চুকে চনম (১৯৯৯)
- তেৰে নাম (২০০৩)
- ন' এন্ট্ৰী (২০০৫)
- পাৰ্টনাৰ (২০০৭)
- ৱান্টেড (২০০৯)
- দাবাং (২০১০)
- ৰেডি (২০১১)
- বদীগাৰ্ড (২০১১)
- এক থা টাইগাৰ (২০১২)
- দাবাং ২ (২০১২)
- কিক্ (২০১৪)
- বজৰংগী ভাইজান (২০১৫)
- প্ৰেম ৰতন ধন পায়ো (২০১৫)
- চুলতান (২০১৬)
- টাইগাৰ জিন্দা হে (২০১৭)
- ভাৰত (২০১৯)
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ "Salman Khan on Bodyguard's success: 'It's no big deal. You can't go mad about these things.'". India Today. 9 September 2011. http://indiatoday.intoday.in/story/india-today-editor-kaveree-bamzai-on-salman-khan-success-formula-film-bodyguard-and-his-health-after-surgery/1/150667.html। আহৰণ কৰা হৈছে: 27 July 2012.
- ↑ "Educational qualification of Salman Khan – Education Today News". Indiatoday.in. https://www.indiatoday.in/education-today/featurephilia/story/salman-khan-education-359718-2016-12-27। আহৰণ কৰা হৈছে: 2019-04-23.
- ↑ "Salman Khan to Amitabh Bachchan: philanthropic Bollywood". 9 May 2013. http://m.hindustantimes.com/entertainment/salman-khan-to-amitabh-bachchan-philanthropic-bollywood/story-a81O2rgwp9AdqhuWryLOJL.html.
- ↑ "Bollywood wishes Salman Khan on his 46th birthday". DNA India. Press Trust of India (New Delhi). 27 December 2011. http://www.dnaindia.com/entertainment/report_bollywood-wishes-salman-khan-on-his-46th-birthday_1630590। আহৰণ কৰা হৈছে: 27 April 2012.