হিন্দী ভাষা
(Standard Hindiৰ পৰা পুনঃনিৰ্দেশিত)
হিন্দী ভাষা (हिन्दी বা हिंदी) ভাৰতবৰ্ষৰ এটা চৰকাৰী (official) ভাষা। ভাৰতৰ উপৰিও নেপাল, মৰিচাচত এই ভাষা প্ৰচলিত। আমেৰিকা যুক্তৰাষ্ট্ৰ, চৌদি আৰৱ, মালয়েছিয়া, চিংগাপুৰ, সংযুক্ত আৰব আমিৰাত, অষ্ট্ৰেলিয়া, ম্যানমাৰ, পাকিস্তান, আফগানিস্তান, দক্ষিণ আফ্ৰিকা, উগাণ্ডা, নিউজিলেণ্ড, কানাডাত ভাষিক গোষ্ঠীৰ মাজত এই ভাষাৰ প্ৰচলন আছে।
হিন্দী | |
---|---|
हिन्दी, हिंदी | |
থলুৱা অঞ্চল | ভাৰত |
অঞ্চল | দক্ষিণ এছিয়া |
স্থানীয় ভাষিক |
মাতৃভাষী ৪৮ কোটি; মুঠ ৮০ কোটি |
ভাষা পৰিয়াল |
|
লিখন প্ৰণালী | দেৱনাগৰী লিপি |
আধিকাৰিক স্থিতি | |
আধিকাৰিক ভাষা |
![]() |
স্বীকৃতিপ্ৰাপ্ত গৌণ ভাষা |
|
নিয়মাধীন হয় |
কেন্দ্ৰীয় হিন্দী নিৰ্দেশালয় |
ভাষা সংকেত | |
ISO 639-1 | hi |
ISO 639-2 | hin |
ISO 639-3 | hin |
তথ্য সংগ্ৰহসম্পাদনা কৰক
- ↑ "The World Fact Book". Central Intelligence Agency. Archived from the original on 16 July 2017. https://www.cia.gov/library/publications/the-world-factbook/geos/print_ae.html.