কোণাৰ্ক সূৰ্য মন্দিৰ
কোণাৰ্ক সূৰ্য মন্দিৰ (ইংৰাজী: Sun Temple, Konârak) ভাৰতৰ উৰিষ্যা ৰাজ্যৰ কোণাৰ্কত অৱস্থিত ত্ৰয়োদশ শতাব্দীত নিৰ্মিত এটি সূৰ্য মন্দিৰ[1]। ই "ব্লেক পেগ'ডা" নামেও পৰিচিত।[2] মন্দিৰটো বংগোপসাগৰ তীৰত ভাৰতৰ পূৱ উপকূলত মহানদী ব-দ্বীপত অৱস্থিত। পূৱ গঙ্গ ৰাজবংশৰ ৰজা প্ৰথম নৰসিংহদেৱে প্ৰায় ১২৫০ খ্ৰীষ্টাব্দত পাথৰেৰে নিৰ্মিত এই মন্দিৰটো নিৰ্মাণ কৰে।[3] ই সূৰ্য (দেৱতা)ৰ চব্বিশ চক্ৰবিশিষ্ট ৰথৰ আকাৰত নিৰ্মিত। অত্যধিক কাৰুকাৰ্যখচিত এই প্ৰস্তৰখোদিত স্থাপত্যটোৰ বিশেষ প্ৰতীকী ব্যঞ্জনা আছে। আধুনিক কালত মন্দিৰটিৰ পুনৰ সংস্কাৰ কৰা হয়। ১৯৮৪ চনত (i), (iii) আৰু (iv) বিভাগত সাংস্কৃতিক সম্পত্তি হিচাবে এই মন্দিৰ ইউনেস্কো বিশ্ব ঐতিহ্য তালিকাৰ অন্তৰ্ভুক্ত হয়[4]।
কোণাৰ্ক সূৰ্য মন্দিৰ | |
---|---|
বিশ্ব ঐতিহ্য ক্ষেত্ৰত তালিকাভুক্ত হিচাপে নাম | |
দেশ | ভাৰত |
ধৰণ | সাংস্কৃতিক |
মাপকাঠি | i, iii, vi |
উদ্ধৃতি | 246 |
ইউনেস্কোৰ দ্বাৰা শ্ৰেণীবদ্ধ অঞ্চল | এছিয়া-পেছিফিক |
অভিলিখনৰ ইতিহাস | |
অভিলিখন | ১৯৮৪ (অষ্টম অধিবেশন) |
Lua error in Module:Location_map at line 391: Minutes can only be provided with DMS degrees for longitude. |
নামৰ উৎপত্তি
সম্পাদনা কৰককোনাৰ্ক নামটো দুটা সংস্কৃত শব্দৰ সমষ্টি -কোণা (চুক) আৰু আৰ্ক (সূৰ্য)। এই মন্দিৰটো সূৰ্য দেৱতাৰ নামত উৎসৰ্গা কৰা হৈছে।[5] ইউৰোপীয় নাৱিকসকলে এই মন্দিৰটোক ব্লেক পেগ'ডা (Black Pagoda) বুলিছিল। আনহাতে পুৰীৰ জগন্নাথ মন্দিৰক শুভ্ৰ পেগ'ডা (White Pagoda) তেওঁলোকে বুলিছিল।[2][6]
চিত্ৰভঁৰাল
সম্পাদনা কৰকপৌৰাণিক চিত্ৰ আৰু আলোকচিত্ৰ
সম্পাদনা কৰক-
Watercolour painting of two European officers with a dog exploring the interior (1812)
-
Watercolour drawing of the north view of Konark (1820).
-
Photograph of a general view from the south-west (c.1890).
-
Arunastambha at the Singhadwara at Jagannath Temple in Puri (1870)
বৰ্তমানৰ আলোকচিত্ৰ
সম্পাদনা কৰক-
নট মন্দিৰ
-
One of the carved wheels
-
ৰাতিৰ ভাগত কোণাৰ্ক সূৰ্য মন্দিৰ
-
সন্মুখৰ দৃশ্য
-
A plaque declaring Konark to be a World Heritage Site
-
A plaque declaring Konark to be the Kainapara of the Periplus. It puts the date of construction at c. 1250.
-
A weathered horse sculpture
-
A secondary statue of the Sun god
-
A close-up of a wheel
-
Carvings on the Sun temple
-
A sculpture on the temple wall
-
A sculpture of a crocodile head
-
A sculpture taken from the site at the British Museum
-
A simha-gaja at the entrance
-
Konark Sun Temple
-
Mayadevi Temple at Konark
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ "Sun Temple, Konârak". World Heritage: Unesco.org. http://whc.unesco.org/en/list/246। আহৰণ কৰা হৈছে: 2010-11-06.
- ↑ 2.0 2.1 "Official website". Tourism Department, Government of Orissa. http://konark.nic.in/intro.htm। আহৰণ কৰা হৈছে: 3 May 2013.
- ↑ Indian History. Tata McGraw-Hill Education. পৃষ্ঠা. 2. ISBN 978-0-07-132923-1. http://books.google.com/books?id=X4j7Nf_MU24C&pg=SL2-PA3। আহৰণ কৰা হৈছে: 3 May 2013.
- ↑ "Sun Temple, Konârak" (pdf). Unesco. http://whc.unesco.org/archive/advisory_body_evaluation/246.pdf। আহৰণ কৰা হৈছে: 2010-11-06.
- ↑ "Sun Temple, Konârak". UNESCO. http://whc.unesco.org/en/list/246/। আহৰণ কৰা হৈছে: 3 May 2013.
- ↑ Lewis Sydney Steward O'Malley (1 January 2007). Bengal District Gazetteer : Puri. Concept Publishing Company. পৃষ্ঠা. 283. ISBN 978-81-7268-138-8. http://books.google.com/books?id=pwD0-YV2LCYC&pg=PA283। আহৰণ কৰা হৈছে: 3 May 2013.
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত কোণাৰ্ক সূৰ্য মন্দিৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- Konark Sun Temple in Hi-Def
- Konark Archived 2017-05-29 at the Wayback Machine photographs, 2011
- Official website of Konark Sun Temple
- Konark Sun Temple India Website Archived 2011-04-12 at the Wayback Machine
- Konarak Sun Temple on UNESCO World Heritage List - includes 360 degree panographies Archived 2008-11-22 at the Wayback Machine
- Konark Sun Temple Archived 2009-07-08 at the Wayback Machine - includes Video of temple & dance festival
- Konark Sun Temple at Sacred Destinations - photos and information
- 360 degree virtual tour of Sun Temple Konarak
- Tourist Attraction Near Konark Sun Temple
- Sun Temple at Konark A Case-Study by students of School of Planning and Architecture, New Delhi
- Architectural Description of Konark Sun-Temple