তেজপুৰ (লোকসভা সমষ্টি)
(Tezpur (Lok Sabha constituency)ৰ পৰা পুনঃনিৰ্দেশিত)
এই প্ৰবন্ধটো পুৰণা লোকসভা সমষ্টিটোৰ বিষয়ে। নতুন সমষ্টিটোৰ বাবে শোণিতপুৰ (লোকসভা সমষ্টি) চাওক।
তেজপুৰ লোকসভা সমষ্টি (ইংৰাজী: Tezpur Lok Sabha constituency) অসমৰ ১৪টা লোক সভা সমষ্টিৰ ভিতৰত এটা।
বিধানসভাৰ সমষ্টিসমূহ
সম্পাদনা কৰকতেজপুৰ লোকসভা সমষ্টিত তলত উল্লেখিত বিধান সভা সমষ্টিসমূহ আছে[1]:
- ঢেঁকীয়াজুলি বিধানসভা সমষ্টি
- বৰচলা বিধানসভা সমষ্টি
- তেজপুৰ বিধানসভা সমষ্টি
- ৰঙাপাৰা বিধানসভা সমষ্টি
- চতিয়া বিধানসভা সমষ্টি
- বিশ্বনাথ বিধানসভা সমষ্টি
- বিহালী বিধানসভা সমষ্টি
- গহপুৰ বিধানসভা সমষ্টি
- বিহপুৰীয়া বিধানসভা সমষ্টি
লোকসভাৰ সদস্যসকল
সম্পাদনা কৰকক্ৰম | বৰ্ষ | প্ৰাৰ্থী | দল |
---|---|---|---|
১ | ১৯৫৭ | বিজয় চন্দ্ৰ ভাগৱতী | ভাৰতীয় জাতীয় কংগ্ৰেছ |
২ | ১৯৬২ | বিজয় চন্দ্ৰ ভাগৱতী | ভাৰতীয় জাতীয় কংগ্ৰেছ |
৩ | ১৯৬৭ | বিজয় চন্দ্ৰ ভাগৱতী | ভাৰতীয় জাতীয় কংগ্ৰেছ |
৪ | ১৯৭১ | কমলা প্ৰসাদ আগৰৱালা | ভাৰতীয় জাতীয় কংগ্ৰেছ |
৫ | ১৯৭৭ | পূৰ্ণ নাৰায়ণ সিনহা | জনতা দল |
৬ | ১৯৮৪ | বিপিনপাল দাস | ভাৰতীয় জাতীয় কংগ্ৰেছ |
৭ | ১৯৯১ | স্বৰূপ উপাধ্যায় | ভাৰতীয় জাতীয় কংগ্ৰেছ |
৮ | ১৯৯৬ | ঈশ্বৰ প্ৰসন্ন হাজৰিকা | ভাৰতীয় জাতীয় কংগ্ৰেছ |
৯ | ১৯৯৮ | মণি কুমাৰ চুব্বা | ভাৰতীয় জাতীয় কংগ্ৰেছ |
১০ | ১৯৯৯ | মণি কুমাৰ চুব্বা | ভাৰতীয় জাতীয় কংগ্ৰেছ |
১১ | ২০০৪ | মণি কুমাৰ চুব্বা | ভাৰতীয় জাতীয় কংগ্ৰেছ |
১২ | ২০০৯ | যোচেফ তপ্প' | অসম গণ পৰিষদ |
১৩ | ২০১৪ | ৰামপ্ৰসাদ শৰ্মা[2] | ভাৰতীয় জনতা পাৰ্টী |
লগতে চাওক
সম্পাদনা কৰকতথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ "List of Parliamentary & Assembly Constituencies". Assam. Election Commission of India. Archived from the original on 2006-05-04. https://web.archive.org/web/20060504181808/http://archive.eci.gov.in/se2001/background/S03/AS_ACPC.pdf। আহৰণ কৰা হৈছে: 2008-10-06.
- ↑ "GENERAL ELECTION TO LOK SABHA TRENDS & RESULT 2014". ELECTION COMMISSION OF INDIA. 16 May, 2014. Archived from the original on 2014-05-19. https://web.archive.org/web/20140519232615/http://eciresults.nic.in/ConstituencywiseS039.htm?ac=9। আহৰণ কৰা হৈছে: 7 জুন 2014.