অন্তহীন প্ৰেৰণাৰ উৎস লুই পেষ্টিঅ’ৰ

অন্তহীন প্ৰেৰণাৰ উৎস লুই পেষ্টিঅ’ৰ (ইংৰাজী: Antahin Preranar Utsa Louis Pasteur) হৈছে হোমেন বৰগোহাঞিৰ দ্বাৰা ৰচিত ২০০১ চনৰ ডিচেম্বৰ মাহত প্ৰকাশ পোৱা এখন জীৱনী গ্ৰন্থ। ১৮২২ চনৰ ২৭ ডিচেম্বৰত জন্মগ্ৰহণ কৰা ফৰাচী ৰসায়নবিদ আৰু অণুজীৱবিদ লুই পেষ্টিঅ’ৰই কেনেকৈ বিভিন্ন আৱিষ্কাৰৰ মাধ্যমেৰে মানুহৰ জীৱন ৰক্ষা কৰিছিল। তাৰে জীৱন সংগ্ৰামৰ কাহিনীক লৈ গ্ৰন্থখন ৰচনা কৰা হৈছে। নেপোলিয়নৰ কিছু কথাও এই গ্ৰন্থখনত উল্লেখ কৰা আছে।[1]

অন্তহীন প্ৰেৰণাৰ উৎস লুই পেষ্টিঅ’ৰ  
লেখক হোমেন বৰগোহাঞি
প্ৰচ্ছদ শিল্পী তপোন চট্টোপাধ্যায়
দেশ ভাৰত
ভাষা অসমীয়া
শৃংখলা ১৬ ষোল
বিষয় জীৱনীমূলক
প্ৰকাৰ প্ৰবন্ধ সংকলন
প্ৰকাশক ষ্টুডেণ্টচ্‌ ষ্ট’ৰচ্
প্ৰকাশ ডিচেম্বৰ, ২০০১
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ৫৬
আই.এচ.বি.এন. 81-7665-108-7

লেখকৰ চমু পৰিচয় সম্পাদনা কৰক

অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাসাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়।[2] ১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাঢকুৱাখনাত জন্ম হয়।

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. বৰগোহাঞি, হোমেন, (2015). অন্তহীন প্ৰেৰণাৰ উৎস লুই পেষ্টিঅ’ৰ. ষ্টুডেণ্টচ্‌ ষ্ট’ৰচ্. ISBN 81-7665-108-7. 
  2. Awards 1955–2007 Archived 2008-05-13 at the Wayback Machine Sahitya Akademi Official website.