অসমীয়া লোকসাহিত্য
যি সাহিত্য মানুহৰ মুখে মুখে প্ৰচলিত হৈ আহি জাতীয় সাহিত্যত বৰঙণি যোগায় তাকে মৌখিক সাহিত্য বোলে৷ সমাজ জীৱনৰ বিভিন্ন লোক-সাংস্কৃতিক সমল আৰু সভ্যতাৰ উত্থান-পতন ইয়াৰ মাজত সোমাই থাকে৷ লিখিত সাহিত্যৰ বহু শতিকাৰ আগতেই মানুহে জীৱন-ধাৰণৰ লগত জড়িত বহুতো ব্যৱস্থাক ইয়াৰ জড়িয়তে প্ৰকাশ কৰিছিল৷ অসমীয়া সাহিত্যত ইয়াক তলত দিয়াৰ দৰে ভাগ কৰিব পাৰি:
তথ্য সংগ্ৰহ
সম্পাদনা কৰকবাহ্যিক সংযোগ
সম্পাদনা কৰক- আমি অসমীয়া ৱেবছাইটত অসমীয়া লোকসাহিত্যৰ তথ্য আছে।[সংযোগবিহীন উৎস]
- অসমীয়া সাহিত্যৰ ইতিহাস সম্পৰ্কীয় এটা টোকা, উৎস:- শৰাই ডট নেট।
- অসমীয়া গীত সহিত্য, বিয়ানাম, লেখক-ডিম্বেশ্বৰ নেওগ[সংযোগবিহীন উৎস], আমি অসমীয়া ৱেবছাইট।