আগৰতলা
আগৰতলা (বঙালী: আগরতলা; ইংৰাজী: Agartala, /ˌʌɡərtəˈlɑː/)[5] হৈছে ভাৰতৰ ত্ৰিপুৰা ৰাজ্যৰ ৰাজধানী, আৰু উত্তৰ-পূব ভাৰতৰ অন্যতম বৃহৎ চহৰ। চহৰখন আগৰতলা পৌৰ নিগমৰ দ্বাৰা পৰিচালিত হয়। চহৰখন ত্ৰিপুৰা চৰকাৰৰ আসন। ই বাংলাদেশ সীমান্তৰ ওচৰৰ হাওৰা নদীৰ পাৰত, বাংলাদেশৰ ৰাজধানী ঢাকাৰ পৰা প্ৰায় ৯০ কিলোমিটাৰ (৫৫ মাইল) পূবত আৰু ৰাষ্ট্ৰীয় ৰাজধানী নতুন দিল্লীৰ পৰা প্ৰায় ২,৪৯৯ কিলোমিটাৰ (১,৫২২ মাইল) দূৰত[6] পশ্চিম ত্ৰিপুৰা জিলাত অৱস্থিত। ভাৰত চৰকাৰৰ এক ফ্লেগশ্বিপ আঁচনি স্মাৰ্ট চিটি মিছনৰ অধীনত আগৰতলা বিকশিত কৰা হৈ আছে। আগৰতলা মুম্বাই আৰু চেন্নাইৰ পিছত ভাৰতৰ তৃতীয় আন্তঃৰাষ্ট্ৰীয় ইণ্টাৰনেট গেটৱে।[7]
আগৰতলা | |
---|---|
নগৰ | |
দেশ | ভাৰত |
ৰাজ্য | ত্ৰিপুৰা |
জিলা | পশ্চিম ত্ৰিপুৰা |
চৰকাৰ | |
• ধৰণ | পৌৰ নিগম |
• সংঘ | আগৰতলা পৌৰ নিগম |
• মেয়ৰ | দীপক মজুমদাৰ[1] |
• পৌৰ আয়ুক্ত | শৈলেশ কুমাৰ যাদৱ, আইএএছ[2] |
কালি | |
• মুঠ | 76.504 km2 (29.538 sq mi) |
উচ্চতা | 12.80 m (41.99 ft) |
জনসংখ্যা (2011)[3] | |
• মুঠ | 4,00,004 |
• ঘনত্ব | 5,200/km2 (14,000/sq mi) |
ব্যুৎপত্তি
সম্পাদনা কৰক"আগৰতলা" শব্দটো দুটা বঙালী শব্দৰ পৰা উদ্ভৱ হৈছে, যথা আগৰ আৰু তলা। আগৰ হৈছে একুইলাৰিয়া গণৰ এটা মূল্যৱান সুগন্ধি আৰু ধূপ গছ। আনহাতে, তলা শব্দৰ অৰ্থ হৈছে তলত। অৰ্থাৎ তলা প্ৰত্যয়টোৱে অঞ্চলটোৰ আগৰ গছৰ ঘনত্ব বুজায়।
ভূগোল আৰু জলবায়ু
সম্পাদনা কৰকAgartala (1981–2010, extremes 1953–present)ৰ জলবায়ুৰ তথ্য | |||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|
মাহ | জানু. | ফেব্ৰু. | মাৰ্চ | এপ্ৰি. | মে | জুন | জুলা. | আগ. | চেপ্টে. | অক্টো. | নৱে. | ডিচে. | বছৰ |
সৰ্বাধিক উষ্ণতা °C (°F) | 32.2 (90.0) |
35.1 (95.2) |
38.9 (102.0) |
41.5 (106.7) |
42.2 (108.0) |
40.2 (104.4) |
37.7 (99.9) |
37.2 (99.0) |
37.6 (99.7) |
36.5 (97.7) |
34.8 (94.6) |
33.1 (91.6) |
42.2 (108.0) |
গড় উষ্ণতা - উচ্চ °C (°F) | 25.2 | 28.2 | 31.7 | 32.9 (91.2) |
32.6 (90.7) |
32.3 (90.1) |
31.6 (88.9) |
32.2 (90.0) |
31.8 (89.2) |
31.4 (88.5) |
29.6 (85.3) |
26.6 (79.9) |
30.5 (86.9) |
গড় উষ্ণতা - নিম্ন °C (°F) | 10.5 (50.9) |
13.9 (57.0) |
18.9 (66.0) |
22.4 (72.3) |
23.4 (74.1) |
25.2 (77.4) |
25.2 (77.4) |
25.2 (77.4) |
24.6 (76.3) |
22.4 (72.3) |
17.1 (62.8) |
12.1 (53.8) |
20.1 (68.2) |
সৰ্বনিম্ন উষ্ণতা °C (°F) | 3.3 (37.9) |
4.7 (40.5) |
9.4 (48.9) |
14.2 (57.6) |
16.1 (61.0) |
19.5 (67.1) |
21.3 (70.3) |
20.8 (69.4) |
21.1 (70.0) |
14.6 (58.3) |
9.2 (48.6) |
2.0 (35.6) |
2.0 (35.6) |
বৰ্ষাপাত mm (ইঞ্চি) | 7.6 (0.299) |
22.1 (0.87) |
69.8 (2.748) |
180.4 (7.102) |
362.9 (14.287) |
373.0 (14.685) |
344.0 (13.543) |
258.2 (10.165) |
225.1 (8.862) |
167.7 (6.602) |
36.2 (1.425) |
11.0 (0.433) |
2,057.5 (81.004) |
% আৰ্দ্ৰতা | 71 | 60 | 57 | 67 | 74 | 81 | 82 | 82 | 84 | 83 | 81 | 78 | 75 |
Avg. rainy days | 0.8 | 2.1 | 3.3 | 7.9 | 13.3 | 14.9 | 15.8 | 14.9 | 12.2 | 7.1 | 1.2 | 0.7 | 94.3 |
উৎস: India Meteorological Department[8][9][10] |
Agartala | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
জলবায়ু তালিকা (ব্যাখ্যা) | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
| ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
|
তথ্য সংগ্ৰহ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত আগৰতলা সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- ↑ "আৰ্কাইভ কপি". Archived from the original on 2021-12-07. https://web.archive.org/web/20211207063719/https://mantras.tv/2021/12/06/bjps-deepak-majumder-elected-as-agartala-municipal-corporation-mayor-monika-das-datta-as-deputy-mayor/। আহৰণ কৰা হৈছে: 2022-05-25.
- ↑ "Agartala Municipality Corporation". http://agartalacity.tripura.gov.in/.
- ↑ উদ্ধৃতি ত্ৰুটি: অবৈধ
<ref>
টেগ;Census2011Gov
নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই - ↑ "52nd REPORT OF THE COMMISSIONER FOR LINGUISTIC MINORITIES IN INDIA". Ministry of Minority Affairsnclm.nic.in. http://nclm.nic.in/shared/linkimages/NCLM52ndReport.pdf। আহৰণ কৰা হৈছে: 7 December 2018.
- ↑ "Agartala". মেৰিয়াম-ৱেবষ্টাৰ ডিকছনেৰী. https://www.merriam-webster.com/dictionary/Agartala.
- ↑ "Distance Calculator – Distance from Agartala to Dhaka". distancecalculator.net. https://www.distancecalculator.net/from-agartala-to-dhaka। আহৰণ কৰা হৈছে: 9 October 2019.
- ↑ "Agartala becomes India's third int'l internet gateway | Agartala News – Times of India". https://timesofindia.indiatimes.com/city/agartala/Agartala-becomes-Indias-third-intl-internet-gateway/articleshow/51544682.cms। আহৰণ কৰা হৈছে: 10 December 2019.
- ↑ "Station: Agartala (A) Climatological Table 1981–2010". Climatological Normals 1981–2010. India Meteorological Department. January 2015. পৃষ্ঠাসমূহ: 5–6. https://imdpune.gov.in/library/public/1981-2010%20CLIM%20NORMALS%20%28STATWISE%29.pdf। আহৰণ কৰা হৈছে: 5 February 2020.
- ↑ "Extremes of Temperature & Rainfall for Indian Stations (Up to 2012)". India Meteorological Department. December 2016. পৃষ্ঠা: M209. https://imdpune.gov.in/library/public/EXTREMES%20OF%20TEMPERATURE%20and%20RAINFALL%20upto%202012.pdf। আহৰণ কৰা হৈছে: 5 February 2020.
- ↑ "Climate of Tripura". India Meteorological Department. https://agartala.imd.gov.in/Tripura-Climatology/। আহৰণ কৰা হৈছে: 20 January 2021.