আঙুৰলতা ডেকা

অসমীয়া অভিনেত্ৰী তথা ৰাজনিতীবিদ

আঙুৰলতা ডেকা (ইংৰাজী: Angoorlata Deka) অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেত্ৰী তথা ৰাজনৈতিক নেত্ৰী। তেখেতে বৰ্তমানলৈ বহুকেইখন অসমীয়া ভাষাচলচ্চিত্ৰ আৰু ছুটি ছবিত অভিনয় কৰিছে৷ ২০১৫ চনত তেওঁ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে আৰু ২০১৬ চনৰ বিধান সভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ পৰা নিৰ্বাচিত হৈ বটদ্ৰৱা সমষ্টিৰ বিধায়িকা হয়।[1]

আঙুৰলতা ডেকা
জন্ম নলবাৰী, অসম
ৰাষ্ট্ৰীয়তা ভাৰতীয় ভাৰত
পেচা অভিনেত্ৰী, ৰাজনৈতিক নেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০০৬ - বৰ্তমানলৈ
দাম্পত্যসঙ্গী আকাশদ্বীপ ডেকা

প্ৰাৰম্ভিক জীৱন সম্পাদনা কৰক

আঙুৰলতাৰ জন্ম হয় নলবাৰীত।[2] ২০০৬ চনত আমি অসমীয়া চলচ্চিত্ৰ খনৰ জৰিয়তে তেওঁ অসমীয়া চলচ্চিত্ৰ জগত খনত খোজ পেলায়। বৰ্তমানলৈ আঙুৰলতাই কেইবা খনো চলচ্চিত্ৰ আৰু ছুটি ছবিত অভিনয় কৰিছে। ইয়াৰ উপৰিও তেখেতে কেইবাখনো ভ্ৰাম্যমানৰ মঞ্চত অভিনয় কৰিছে।

অভিনীত চলচ্চিত্ৰ সম্পাদনা কৰক

বৰ্ষ চলচ্চিত্ৰ পৰিচালক টোকা
২০০৬ আমি অসমীয়া ৰাজীৱ ভট্টাচাৰ্য্য
২০০৭ জোনদা ইমান গুণ্ডা চন্দ্ৰ মুদৈ
২০১২ বাঁকৰ পুতেক চন্দ্ৰ মুদৈ
২০১৩ সূৰ্যাস্ত প্ৰদ্যুৎ কুমাৰ ডেকা
২০১৪ হিয়া দিবা কাক ৰাজীৱ বৰা
২০১৪ জীয়া জুৰিৰ সুবাস সঞ্জীৱ সভাপণ্ডিত

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "ANGOORLATA DEKA (Winner) BATADROBA (NAGAON)". myneta.info. http://myneta.info/assam2016/candidate.php?candidate_id=752। আহৰণ কৰা হৈছে: 23 May 2016. 
  2. Ahmed, Hussain (2016-05-22). "10 Facts You Need to Know About Angoorlata" (en-US ভাষাত). Magical Assam. http://www.magicalassam.com/2016/05/angurlata-angoorlata-actress-politics.html। আহৰণ কৰা হৈছে: 2016-05-26.