আল-ফাতিহা

কোৰআনৰ প্ৰথম ছূৰা।

ছূৰা আল ফাতিহা (আৰবী: سورة الفاتحة) মুছলিমসকলৰ ধৰ্মীয় গ্ৰন্থ কোৰআনৰ ১ নম্বৰ ছূৰা(অধ্যায়), ইয়াৰ আয়াতৰ সংখ্যা ৭ আৰু ৰুকুৰ সংখ্যা ১। ফাতিহা শব্দটো আৰবী "ফাতহুন" শব্দজাত; যাৰ অৰ্থ "উন্মুক্তকৰণ"। ই আল্লাহ'ৰ তৰপৰ পৰা বিশেষ উপহাৰ। ছূৰা আল ফাতিহা অন্যান্য ছূৰাৰ নিচিনা বিছমিল্লাহিৰ ৰাহমানিৰ ৰাহীম দি আৰম্ভ। আল ফাতিহা ছূৰাটো মক্কাত অৱতীৰ্ণ হৈছে। সেয়েহে ই মক্কী ছূৰা হিচাপে শ্ৰেণীবদ্ধ।

আল-ফাতিহা
سورة الفاتحة
পৰিসংখ্যা
চুৰাৰ ক্ৰম
----

আৰবী লেখা · অসমীয়া অনুবাদ


চতুৰ্দশ-পঞ্চদশ শতকৰ এক পাণ্ডুলিপিত ছূৰা আল ফাতিহা

আয়াতসমূহৰ অসমীয়া অনুবাদঃসম্পাদনা কৰক

১:১■ (আৰম্ভ কৰিছোঁ) পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত।

১:২■ সকলো ধৰণৰ হামদ (প্ৰশংসা) বিশ্বজগতৰ ৰব আল্লাহৰ বাবে

১:৩■ যিজন পৰম কৰুণাময়, পৰম দয়ালু

১:৪■ বিচাৰ দিৱসৰ মালিক

১:৫■ আমি কেৱল তোমাৰেই ইবাদত কৰোঁ, আৰু তোমাৰ ওচৰতেই সাহায্য প্ৰাৰ্থনা কৰোঁ

১:৬■ আমাক সৰল পথৰ হিদায়ত দিয়া

১:৭■ তেওঁলোকৰ পথ, যিসকলক তুমি নিয়ামত (অনুগ্ৰহ) প্ৰদান কৰিছা, যিসকলৰ ওপৰত তোমাৰ ক্ৰোধ অহা নাই আৰু যিসকল পথভ্ৰষ্টও নহয়

নামকৰণসম্পাদনা কৰক

অৱতীৰ্ণ হোৱাৰ সময়কালসম্পাদনা কৰক

বিষয়বস্তুসম্পাদনা কৰক

বৈশিষ্ট্যসম্পাদনা কৰক

সংক্ষিপ্ত ব্যাখ্যাসম্পাদনা কৰক

তথ্যসূত্ৰসম্পাদনা কৰক