ইছমাইল (আৰৱী: إسماعيل) কোৰআন আৰু বাইবেলত উল্লিখিত এক ঐতিহাসিক ব্যক্তি। মুছলিমসকলে বিশ্বাস কৰে যে, তেওঁ এজন নবী, আৰু তেওঁৰ সম্মানাৰ্থে তেওঁৰ নামোচ্চাৰণৰ সৈতে 'আলাইহিছ ছালাম' (সংক্ষেপে আঃ) বা 'শান্তি বৰ্ষিত হওক' উচ্চাৰণ কৰা হয়। তেওঁ ইব্ৰাহিমৰ সৰ্ৱপ্ৰথম সন্তান আৰু ইব্ৰাহিমৰ স্ত্ৰী হাজেৰাৰ গৰ্ভত তেওঁৰ জন্ম। বাইবেলৰ বৰ্ণনামতে তেওঁ ১৩৭ বছৰ বয়সত মৃত্যুবৰণ কৰিছিল।[1]

ইছমাইল
নবী, কুলপতি, আৰৱ পিতা, কাবাৰ স্থপতি, আৰৱ দূত
জন্ম কানান
মৃত্যু আৰৱ উপদ্বীপ
প্ৰভাৱিত ইব্ৰাহিম

বাইবেলত উল্লেখসম্পাদনা কৰক

বাইবেলত তেওঁৰ উল্লেখ ইশ্বমায়েল নামেৰে আছে, তাত তেওঁৰ পিতাৰ নাম উচ্চাৰিত হয় 'আব্ৰাহাম' হিচাপে।

ইছলাম ধৰ্মত উল্লেখসম্পাদনা কৰক

তথ্যসূত্ৰসম্পাদনা কৰক

বহিঃসংযোগসম্পাদনা কৰক

  1. Fredrick E. Greenspahn (2005). Lindsay Jones. ed. Encyclopedia of Religion. 7. Macmillan Reference USA. পৃষ্ঠা. 4551-4552. ISBN 9780028657400. http://books.google.com/books?id=0jMOAQAAMAAJ&dq=Ishmael.