ইৰাক
ইৰাক (ইংৰাজী: Iraq; /ɪˈræk/, i/ɪˈrɑːk/, বা /aɪˈræk/; আৰবী: العراق al-‘Irāq, কুৰ্ডী: Êraq) চৰকাৰীভাৱে ইৰাক প্ৰজাতন্ত্ৰ (Arabic: جمهورية العراق (সহায়·তথ্য) Jumhūrīyat al-‘Irāq দ্ঝুম্হুৰীয়েত এল ইৰাআক়), এখন পশ্চিম এছিয়াৰ ৰাষ্ট্ৰ। ইয়াৰ চাৰিসীমা হৈছে, উত্তৰে তুৰষ্ক, পূৱে ইৰাণ, দক্ষিণপূৱত কুৱেট, দক্ষিণে চৌদি আৰৱ, দক্ষিণপশ্চিমত জৰ্দান আৰু পশ্চিমে ছিৰিয়া। ইয়াৰ দক্ষিণাঞ্চল আংশিক ভাবে আৰব উপদ্বীপৰ ভিতৰত পৰে। ৰাষ্ট্ৰখনৰ ৰাজধানী বাগদাদ দেশৰ মধ্যভাগত অৱস্থিত আৰু এইখনেই দেশখনৰ বৃহত্তম নগৰ। ইৰাকৰ বৃহত্তম ভাষিক গোষ্ঠী হৈছে আৰব আৰু কুৰ্ড। অন্যান্য ভাষিক গোষ্ঠীবোৰ হৈছে এছিৰিয়ান, য়াজিদি, আৰ্মেনিয়ান, মনডিয়েনছ, চাৰকেছিয়ান, আৰু কাৱলিয়া।[4] দেশখনৰ মুঠ জনসংখ্যাৰ প্ৰায় ৯৫% নাগৰিক মুছলমান, আৰু অবশিষ্ট ৫% লোক খ্ৰীষ্টান, য়াৰ্ছান, য়াজিদি, আৰু মনডেনি ধৰ্মাৱলোম্বী।
ইৰাক গণৰাজ্য جمهورية العراق দ্ঝুম্হুৰীয়েত এল-‘ইৰাআক় كۆماری عێراق কমাৰ-ই ‘এৰাআক় |
||||||
---|---|---|---|---|---|---|
নীতিবাক্য الله أكبر (language?) "আল্লাহু আকবৰ" (অনুবাদ) "ঈশ্বৰ মহান" |
||||||
ৰাষ্ট্ৰীয় সঙ্গীত "মাৱতিনি" "موطني" "মোৰ গৃহস্থান" |
||||||
ৰাজধানী (আৰু বৃহত্তম নগৰ) | বাগদাদ 33°20′N 44°26′E / 33.333°N 44.433°E | |||||
ৰাষ্ট্ৰভাষা (সমূহ) | আৰৱী, কুৰ্ডী | |||||
জাতীয়তাসূচক বিশেষণ | ইৰাকী | |||||
চৰকাৰ | ফেডাৰেল সাংসদীয় গনতন্ত্ৰ | |||||
- | ৰাষ্ট্ৰপতি | ফোৱাদ মাছুম | ||||
- | প্ৰধান মন্ত্ৰী | হাইদৰ আল-আবাদি | ||||
যুক্তৰাজ্যৰ পৰা স্বাধীন হয় | ||||||
- | সাম্ৰাজ্য | ৩ অক্টোবৰ ১৯৩২ | ||||
- | গনতন্ত্ৰ প্ৰতিষ্ঠা | ১৪ জুলাই ১৯৫৮ | ||||
- | বৰ্তমানৰ সংবিধান | ১৫ অক্টোবৰ ২০০৫ | ||||
মাটিকালি | ||||||
- | মুঠ | ৪,৩৭,০৭২ বৰ্গ কিমি (৫৯তম) ১,৬৯,২৩৪ বৰ্গ মাইল |
||||
- | জলভাগ (%) | ১.১ (৪,৮০৮ বৰ্গ কিমি) | ||||
জনসংখ্যা | ||||||
- | ২০১৫ আনুমানিক | ৩,৭০,৫৬,১৬৯'"`UNIQ--ref-০০০০০০০০-QINU`"''"`UNIQ--ref-০০০০০০০১-QINU`"' (৩৬তম) | ||||
জিডিপি (পিপিপি) | ২০১৫ আনুমানিক | |||||
- | মুঠ | $৩২২৭০০ নিযুত[3] (৩৭তম) | ||||
- | জনমুৰি | $14,571[3] (৮৫তম) | ||||
জিডিপি (নামমাত্ৰ) | ২০১৫ আনুমানিক | |||||
- | মুঠ | $২৪০.০০৬ বিলিয়ন[3] (৪৭তম) | ||||
- | জনমুৰি | $6,491[3] (৮৮তম) | ||||
জিনি সহগ? (২০১৫) | ২৯.৫ | |||||
মানৱ উন্নয়ন সূচক (২০১৩) | ০.৬২৪ (১২০তম) | |||||
মুদ্ৰা | ইৰাকী ডিনাৰ (IQD ) |
|||||
সময় অঞ্চল | আৰৱী মান সময় (ইউটিচি+৩) | |||||
- | গ্ৰীষ্মকালীন (ডিএছটি) | অপ্ৰযোজ্য (ইউটিচি+৩) | ||||
গাড়ী চলোৱা হয় | সোঁফালে | |||||
ইণ্টাৰনেট টিএলডি | .iq | |||||
কলিং ক'ড | ++৯৬৪ |
পাৰস্য উপসাগৰৰ উত্তৰাংশত ইৰাকৰ এক ঠেক উপকূল আছে যাৰ দৈৰ্ঘ্য প্ৰায় 58 km (36 মাইল) হ'ব। দেশখনৰ মেছ'পটেমিয়ান এলোভিয়েল সমভূমিৰ উত্তৰ পশ্চিম সীমান্তত জাগ্ৰছ পৰ্বত মালা, আৰু পূৱ অঞ্চল হৈছে ছিৰিয়া মৰুভূমি।[5] দুখন প্ৰধান নদী, টাইগ্ৰিছ আৰু ইউফ্ৰেটিছ, ইৰাকৰ মধ্যভাগেদি দক্ষিণলৈ পাৰ্ছিয়ান গ'ল্ফৰ কাষত ছাট আল-আৰৱলৈ বৈ গৈছে। এই নদী দুখনে ইৰাকৰ ভূমিভাগ উৰ্বৰ কৰি ৰাখে।
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ Embassies overseas of Republic of İraq Archived 2014-02-08 at the Wayback Machine: جريدة الصباح تنشر احصائية وزارة التخطيط لعدد نفوس سكان العراق لسنة Archived 2014-02-08 at the Wayback Machine
- ↑ "Iraq". CIA Factbook. Archived from the original on 2018-12-24. https://web.archive.org/web/20181224065934/https://www.cia.gov/library/publications/the-world-factbook/geos/iz.html। আহৰণ কৰা হৈছে: 2015-10-31.
- ↑ 3.0 3.1 3.2 3.3 "Iraq". International Monetary Fund. October 2014. http://www.imf.org/external/pubs/ft/weo/2014/02/weodata/weorept.aspx?pr.x=84&pr.y=14&sy=2009&ey=2015&scsm=1&ssd=1&sort=country&ds=.&br=1&c=433&s=NGDPD%2CNGDPDPC%2CPPPGDP%2CPPPPC%2CLP&grp=0&a=। আহৰণ কৰা হৈছে: 2015-02-15.
- ↑ Article 125 of the Iraqi Constitution.http://www.refworld.org/pdfid/454f50804.pdf
- ↑ "Declaration of Principles for a Long-Term Relationship of Cooperation and Friendship Between the Republic of Iraq and the United States of America". 2007-11-26. http://georgewbush-whitehouse.archives.gov/news/releases/2007/11/20071126-11.html.