উত্তৰ-পূব গণতান্ত্ৰিক মিত্ৰজোঁট
উত্তৰ-পূব গণতান্ত্ৰিক মিত্ৰজোঁট (ইংৰাজী: North-East Democratic Alliance; চমুকৈ নেডা) হৈছে ২০১৬ চনৰ ২৪ মে’ত ভাৰতীয় জনতা পাৰ্টিৰ দ্বাৰা গঠিত ৰাজনৈতিক মিত্ৰজোঁট। নতুন ৰাজনৈতিক ফ্ৰণ্টৰ উদ্দেশ্য আছিল অঞ্চলটোৰ জনসাধাৰণৰ স্বাৰ্থ ৰক্ষাৰ লগতে উত্তৰ-পূব ভাৰতৰ অকংগ্ৰেছী দলসমূহক একত্ৰিত কৰা। হিমন্ত বিশ্ব শৰ্মাক ফ্ৰণ্টৰ আহ্বায়ক হিচাপে নিযুক্তি দিয়া হয়।[1][2][3][4][5][6]
সদস্যসকল
সম্পাদনা কৰকৰাজনৈতিক দল | লোকসভাৰ সাংসদ | ৰাজ্যসভাৰ সাংসদ | বিধানসভাৰ বিধায়ক | ভিত্তি ৰাজ্য | যোগদান বছৰ | |
---|---|---|---|---|---|---|
১ | বিজেপি | ১৫ | ৪ | ১৯৫ | ৰাষ্ট্ৰীয় | ২০১৬ |
২ | অগপ | ০ | ১ | ৯ | অসম | ২০১৬ |
৩ | এনপিএফ | ১ | ০ | ৭ | নাগালেণ্ড, মণিপুৰ | ২০১৮ |
৪ | এনপিপি | ১ | ১ | ৪২ | ৰাষ্ট্ৰীয় | ২০১৮ |
৫ | এনডিপিপি | ১ | ০ | ২৫ | নাগালেণ্ড | ২০১৮ |
6
৬ |
এইচএছডিপি | ০ | ০ | ২ | মেঘালয় | ২০১৮ |
৭ | এছকেএম | ১ | ০ | ১৯ | ছিক্কিম | ২০১৯ |
৮ | ইউপিপিএল | ০ | ১ | ৭ | অসম | ২০২০ |
৯ | বিপিএফ | ০ | ০ | ৩ | অসম | ২০২২ |
১০ | কেপিএ | ০ | ০ | ২ | মণিপুৰ | ২০২২ |
১১. | আৰপিআই (এ) | ০ | ০ | ২ | নাগালেণ্ড | ২০২৩ |
১২ | নিৰ্দলীয় | ১ | ০ | ১৭ | উত্তৰ পূব ভাৰত | - |
মুঠ | ২০ | ১০ | ৩৪৮ |
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ Himanta Biswa Sarma Named Convener Of BJP's Northeast Alliance
- ↑ Amit Shah holds meeting with northeast CMs, forms alliance
- ↑ BJP acts east, brass joins the Assam party
- ↑ "Former Gogoi close aide Himanta Biswa Sarma named convener of NDA's northeast alliance | Latest News & Updates at Daily News & Analysis" (en-US ভাষাত). dna. 2016-05-24. http://www.dnaindia.com/india/report-former-gogoi-close-aide-himanta-biswa-sarma-named-convener-of-nda-s-northeast-alliance-2216129। আহৰণ কৰা হৈছে: 2016-05-24.
- ↑ "Chief Minister of Assam, Arunachal Pradesh, Nagaland and Sikkim met BJP National President Shri Amit Shah and proposed to join an alliance of non-congress parties in North-East". Archived from the original on 2018-11-29. https://web.archive.org/web/20181129012909/http://www.bjp.org/en/media-resources/press-releases/press-release-chief-minister-of-assam-arunachal-pradesh-nagaland-and-sikkim-met-bjp-national-president-shri-amit-shah-and-proposed-to-join-an-alliance-of-non-congress-parties-in-north-east। আহৰণ কৰা হৈছে: 2023-04-17.
- ↑ BJP launches Northeast alliance, ousted CM Kalikho Pul meets Shah