উমাশংকৰ যোশী

গুজৰাটী ভাষাৰ এগৰাকী ভাৰতীয় কবি, পণ্ডিত আৰু লেখক।

উমাশংকৰ যোশী (এই শব্দটোৰ বিষয়ে pronunciation )(ইংৰাজী: Umashankar Jethalal Joshi; জন্ম:২১ জুলাই’ ১৯১১ - মৃত্যু: ১৯ ডিচেম্বৰ ১৯৮৮) এগৰাকী ভাৰতীয় কবি, পণ্ডিত আৰু লেখক। গুজৰাটী সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক জনা যায়। [2] তেওঁ গুজৰাটী ভাষাতে অধিকাংশ কাম কৰিছে।

উমাশংকৰ যোশী

১৯৬০ চনত মুম্বাইত উমাশংকৰ যোশী
জন্ম ২১ জুলাই, ১৯১১
বামনা, সবৰকান্তা, বম্বে প্ৰেচিডেন্সি, ব্ৰিটিছ ভাৰত
মৃত্যু ১৯ ডিচেম্বৰ, ১৯৮৮ (৭৭ বছৰ)
মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
ছদ্মনাম বাসুকী, শ্ৰৱণ
পেচা কবি, ঔপন্যাসিক, গল্পকাৰ
ৰাষ্ট্ৰীয়তা ভাৰতীয়
মাতৃশিক্ষায়তন গুজৰাট কলেজ
Elphinstone College[1]
সময় গান্ধীৰ যুগ
উল্লেখযোগ্য বঁটা
ৰঞ্জিতৰাম সুৱৰ্ণ চন্দ্ৰক (১৯৩৯)

স্বাক্ষৰ
ৱেবছাইট [http:// আধিকাৰিক ৱেবছাইট]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. Modern Gujarati Poetry: A Selection by Rita Kothari. 1998. পৃষ্ঠা. 82, 85. ISBN 9788126002948. https://books.google.com/books?id=JObSbMwe3aUC&q=gujarat+college&pg=PA85. 
  2. "Jnanpith Laureates Official listings". Jnanpith Website. Archived from the original on 13 October 2007. https://web.archive.org/web/20071013122739/http://jnanpith.net/laureates/index.html। আহৰণ কৰা হৈছে: 10 July 2023.