স্থানাংক: 1°26′24″S 15°33′22″E / 1.44°S 15.556°E / -1.44; 15.556

কংগো গণৰাজ্য বা কঙ্গো গণৰাজ্য হৈছে মধ্য আফ্ৰিকাৰ পশ্চিম উপকূলত অৱস্থিত এখন দেশ। দেশখনক কংগো-ব্ৰাজাভিল, কংগো ৰিপাব্লিক বা কেৱল কংগো বুলিও জনা যায়। গেবন দেশখনৰ পশ্চিমে, কেমেৰুন উত্তৰ-পশ্চিমে আৰু মধ্য আফ্ৰিকান গণৰাজ্য উত্তৰ-পূবত, কঙ্গো গণতান্ত্ৰিক দক্ষিণ-পূবত, আংগলাৰ ছিটমহল কেবিণ্ডাৰ দক্ষিণ-পশ্চিমে, আৰু আটলাণ্টিক মহাসাগৰ দক্ষিণ-পশ্চিমত অৱস্থিত। দীৰ্ঘদিন ধৰি ফ্ৰান্সৰ উপনিবেশ হৈ থকা ফৰাচী হৈছে কঙ্গো গণৰাজ্যৰ চৰকাৰী ভাষা।

ৰিপাব্লিক অফ দ্য কঙ্গো
  • République du Congo  (French)
  • Repubilika ya Kôngo  (Kituba)
  • Republíki ya Kongó  (Lingala)
নীতিবাক্য
"Unité, Travail, Progrès" (French)
(ইংৰাজী: "Unity, Work, Progress")
(অসমীয়া: "একতা, কাৰ্য, প্ৰগতি")
ৰাষ্ট্ৰীয় সঙ্গীত
La Congolaise  (French)
Besi Kôngo  (Kongo)
(ইংৰাজী: "The Congolese")

[[Image:
|250px |center |কঙ্গো গণৰাজ্য-ৰ অৱস্থান]]
ৰাজধানী
(আৰু বৃহত্তম নগৰ)
Brazzaville
ৰাষ্ট্ৰভাষা (সমূহ) ফৰাচী
স্বীকৃত ৰাষ্ট্ৰীয় ভাষাসমূহ [1]
জনগোষ্ঠীসমূহ 
জাতীয়তাসূচক বিশেষণ Congolese
চৰকাৰ Unitary dominant-party semi-presidential republic
 -  President Denis Sassou Nguesso
 -  Prime Minister Anatole Collinet Makosso
Independence
 -  Republic established 28 November 1958 
 -  from France 15 August 1960 
মাটিকালি
 -  মুঠ ৩,৪২,০০০ বৰ্গ কিমি (64th)
১,৩২,০৪৭ বৰ্গ মাইল 
 -  জলভাগ (%) ৩.৩ (১১,২৮৬ বৰ্গ কিমি)
জনসংখ্যা
 -  2021 আনুমানিক ৫৬,৫৭,০০০ (১১৪th)
জিডিপি (পিপিপি) 2022 আনুমানিক
 -  মুঠ $25.897 billion 
 -  জনমুৰি $4,578[2] 
জিডিপি (নামমাত্ৰ) 2022 আনুমানিক
 -  মুঠ $18.345 billion 
 -  জনমুৰি $3,243[2] 
জিনি সহগ? (2011) 40.2 
মানৱ উন্নয়ন সূচক (2019) 0.574 (149th)
মুদ্ৰা Central African CFA franc (XAF)
সময় অঞ্চল WAT (ইউটিচি+1)
তাৰিখ বিন্যাস dd/mm/yyyy
গাড়ী চলোৱা হয় right
ইণ্টাৰনেট টিএলডি .cg
কলিং ক'ড ++242

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "Constitution de 2015" (fr ভাষাত). Digithèque matériaux juridiques et politiques, Jean-Pierre Maury, Université de Perpignan. https://mjp.univ-perp.fr/constit/cg2015.htm। আহৰণ কৰা হৈছে: 2 January 2021. 
  2. 2.0 2.1 "Report for Selected Countries and Subjects". www.imf.org. https://www.imf.org/external/pubs/ft/weo/2019/01/weodata/weorept.aspx?pr.x=80&pr.y=5&sy=2019&ey=2024&scsm=1&ssd=1&sort=country&ds=.&br=1&c=634&s=NGDPD,PPPGDP,NGDPDPC,PPPPC&grp=0&a=। আহৰণ কৰা হৈছে: 20 May 2020.