কিৰিপ চলিহা
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
কিৰিপ চলিহা (জন্ম ১ নৱেম্বৰ ১৯৫৫) ভাৰতৰ চতুৰ্দশ লোকসভাৰ এজন সাংসদ আছিল। তেওঁ গুৱাহাটী অসমৰ লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰে। চলিহা ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সদস্য।
কিৰিপ চলিহা | |
---|---|
লোকসভাৰ সাংসদ | |
সমষ্টি | গুৱাহাটী লোকসভা সমষ্টি |
ব্যক্তিগত তথ্য | |
জন্ম | ১ নৱেম্বৰ, ১৯৫৫ (৬৯ বছৰ) ডিব্ৰুগড়, অসম |
ৰাজনৈতিক দল | ভাৰতীয় জাতীয় কংগ্ৰেছ |
দাম্পত্যসঙ্গী | ৰ'মাণী চলিহা |
সন্তান | ২ পুত্ৰ, অৰ্কাশীষ চলিহা, অংগাশীষ চলিহা |
বাসস্থান | গুৱাহাটী |
September 25, 2006-ৰ তথ্য উৎস: [1] |
ইয়াৰ আগেয়ে চলিহা একাদশ লোকসভাতো গুৱাহাটী লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছিল।