কৰ্মকাৰ ভাষা
ভাৰতৰ বাংলা-অসমীয়া ভাষা
কৰ্মকাৰ বা কুৰ্মুকাৰ এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা। এই ভাষা অসমীয়া-বাঙালী উপগোটৰ অন্তৰ্গত, আৰু তাৰ ভিতৰতো ই অসমীয়াতকৈ বাংলা ভাষাৰহে অধিক নিকটৱৰ্তী।
কুৰ্মুকাৰ | |
---|---|
থলুৱা অঞ্চল | ভাৰত |
স্থানীয় ভাষিক |
e18 |
ভাষা পৰিয়াল |
Indo-European
|
ভাষা সংকেত | |
ISO 639-3 | kfv |
এই ভাষা ব্যৱহাৰ কৰা লোকে মুখ্যতঃ অসমৰ বৰপেটা, গোৱালপাৰা আৰু ধুবুৰী জিলা, পশ্চিমবংগ, ত্ৰিপুৰা আৰু মধ্য প্ৰদেশৰ কিছু কিছু অঞ্চলত বাস কৰে।[1]