অসমীয়া-বঙালী ভাষাগোষ্ঠী
ভাৰতীয় উপমহাদেশৰ ভাৰত-আৰ্য ভাষাৰ উপগোট
অসমীয়া-বঙালী ভাষাগোষ্ঠী (বা বঙালী-অসমীয়া ভাষাগোষ্ঠী) হৈছে ভাৰত-আৰ্য ভাষা পৰিয়ালৰ পূব এলেকাৰ গোষ্ঠী।
অসমীয়া-বঙালী | |
---|---|
গৌড়-কামৰূপীয়া | |
ভৌগোলিক বিস্তৃতি: |
বাংলাদেশ, ভাৰত, ম্যানমাৰ, নেপাল |
ভাষাৰ শ্ৰেণীবিভাজন: | ভাৰত-ইউৰোপীয় |
উপশ্ৰেণীসমূহ: |
—
|
এই গোষ্ঠীটোৰ ভাষাবিলাক হ’ল:
ভাষা | থলুৱা নাম | কওঁতাৰ সংখ্যা (নিযুতত) | অঞ্চল |
---|---|---|---|
বঙালী | বাংলা Bangla |
[1] | ২২০ বাংলাদেশ (ৰাষ্ট্ৰীয় আৰু চৰকাৰী) ভাৰত (পশ্চিম বংগ) |
অসমীয়া | অসমীয়া Oxomiya |
২৪ | ভাৰত (অসম) বাংলাদেশ (মৈমনসিংহ বিভাগ) |
কোচ ৰাজবংশী | ৰংপুৰী / ৰাজবংশী / কোচ ৰাজবংশী Rongpuri / Rajbongši / Kʊch rajbongsi |
১৫ | বাংলাদেশ (ৰংপুৰ বিভাগ) ভাৰত (পশ্চিম বংগ আৰু অসম) নেপাল (প্ৰান্ত নং ১) |
চট্টগ্ৰামীয়া | চাঁটগাঁইয়া Čąŧgąiya |
১৩ | বাংলাদেশ (চট্টগ্ৰাম বিভাগ) ম্যানমাৰ (আৰাকান ৰাজ্য) |
ছিলঠীয়া | ꠍꠤꠟꠐꠤ Siloŧi |
১১ | বাংলাদেশ (ছিলঠ বিভাগ) ভাৰত (অসম) |
ৰহিঙীয়া | رُاَࣺينڠَ Ruáingga |
১.৮ | ম্যানমাৰ (আৰাকান ৰাজ্য) বাংলাদেশ (চট্টগ্ৰাম বিভাগ, বাংলাদেশ, চট্টগ্ৰাম বিভাগ) |
চাকমা | 𑄌𑄧𑄁𑄟𑄧 Sangma |
০.৩৩ | বাংলাদেশ (চট্টগ্ৰাম বিভাগ) ভাৰত (মিজোৰাম আৰু ত্ৰিপুৰা) ম্যানমাৰ (আৰাকান ৰাজ্য) |
বিষ্ণুপ্ৰিয়া মণিপুৰী | বিষ্ণুপ্ৰিয়া মণিপুৰী Bișnupriya Monipuri |
০.১২ | ভাৰত (অসম, মণিপুৰ আৰু ত্ৰিপুৰা) বাংলাদেশ (ছিলঠ বিভাগ) |
হাজং | হাজং Hazong |
০.০৬ | ভাৰত (অসম আৰু মেঘালয়) বাংলাদেশ (মৈমনসিংহ বিভাগ) |
তাঞ্চঙীয়া | তঞ্চঙ্গ্যা Tonsongya |
০.০৫ | বাংলাদেশ (চট্টগ্ৰাম বিভাগ) |