খলিফা
খলিফা (আৰবী: خليفة ḫalīfah/khalīfah) হ'ল খিলাফত ভিত্তিক ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপ্ৰধান আৰু ইছলামিক শ্বৰিয়াহৰ দ্বাৰা পৰিচালিত মুছলিম উম্মাহৰ শাসকসকলৰ পদবী। এই শব্দটো আৰবী: خليفة Khalīfaৰ পৰা আহিছে।
![](http://upload.wikimedia.org/wikipedia/commons/thumb/8/8e/Portrait_Caliph_Abdulmecid_II.jpg/200px-Portrait_Caliph_Abdulmecid_II.jpg)
বুৎপত্তি
সম্পাদনা কৰকখলিফা শব্দটোৰ আভিধানিক অৰ্থ উত্তৰাধিকাৰী, প্ৰতিনিধিত্বকাৰী, সেনাপ্ৰধান।