আল্লামা (ইংৰাজী: Allamah, আৰবী: عَلَّامة[1], উৰ্দু আৰু ফাৰ্চী: علامه) হ'ল ইছলামিক চিন্তা কৰা ব্যক্তি , দৰ্শনৰ ক্ষেত্ৰত উচ্চ পৰ্যায়ৰ পণ্ডিতসলৰ নামৰ সৈতে ব্যৱহৃত সন্মানজনক উপাধি।[2]

ইছলাম ধৰ্মৰ ফিকহ আৰু দৰ্শনৰ পণ্ডিতসকলক এই উপাধি প্ৰদান কৰা হয়। দক্ষিণ এছিয়া, মধ্যপ্ৰাচ্য আৰু ইৰানত ছুন্নী আৰু ছিয়া উভয় পক্ষত ইয়াক সন্মানীয় পদবী হিচাপে ব্যৱহাৰ কৰা হয়। একাধিক শাখাত পাণ্ডিত্য লাভ কৰা চুন্নী আৰু ছিয়াসকলক প্ৰায়ে এই উপাধিৰ দ্বাৰা উল্লেখ কৰা হয়। আল্লামা ইকবালৰ দৰে দাৰ্শনিকসকলৰ বাবেও ইয়াক ব্যৱহাৰ কৰা হয়।

লগতে চাওক

সম্পাদনা কৰক

তথ্যসূত্ৰ

সম্পাদনা কৰক