খৰিয়া থাৰ ভাষা

ভাৰতীয়-আৰ্য ভাষা

খৰিয়া থাৰ এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা যি ঘাইকৈ ভাৰতৰ পাহাড়ীয়া খৰিয়া লোকে ব্যৱহাৰ কৰে[1] খৰিয়া লোক মুখ্যতঃ উৰিষ্যাৰ নিবাসী, আৰু অষ্ট্ৰো-এছিয়াটিক খৰিয়া ভাষা ভাষী[2] যদিও তেওঁলোকৰ এভাগে খৰিয়া থাৰ ভাষা কয়। এই ভাষা ওড়িয়াতকৈ অসমীয়া আৰু বাঙালী ভাষাৰহে অধিক নিকটৱৰ্তী।

Kharia Thar
Native to India, also Nepal
Region Jharkhand, Orissa and West Bengal states
Native speakers
25,000 (2007)[1]
Language codes
ISO 639-3 ksy
Glottolog khar1283

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 Kharia Thar at Ethnologue (18th ed., 2015) (subscription required)
  2. Kharia-English Lexicon. Universität Leipzig, Germany: Himalyan Linguists. 2009. p. VIII – via Open Edition. the (Dudh) Kharia are also one of the most highly educated ethnic groups in all of India, with some estimates as to their rate of literacy running as high as 90%.

বাহ্যিক সংযোগ সম্পাদনা কৰক