চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড়
চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড় এখন অসমৰ চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়। ২০১৮ চনত অসম চৰকাৰে এই মহাবিদ্যালয় খন প্ৰতিষ্ঠা কৰে।
চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড় Government Dental College, Dibrugarh | |
---|---|
স্থাপিত | ২০১৮ |
ধৰণ | ৰাজহুৱা |
স্নাতক শিক্ষাৰ্থী | ৫০ জন (প্ৰতি বছৰে) |
স্থান | গ্ৰেহেম বজাৰ, ডিব্ৰুগড়, অসম |
চৌহদ | চহৰীয়া |
Acronym | DDC |
ভুক্তি | শ্ৰীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয় ভাৰতীয় দন্ত পৰিষদ |
মহাবিদ্যালয়খনে ৫ বছৰীয়া দন্ত চিকিৎসা বিজ্ঞানৰ স্নাতক ডিগ্ৰী প্ৰদান কৰে। চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয় শ্ৰীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত আৰু ভাৰতীয় দন্ত পৰিষদৰ পৰা স্বীকৃতি প্ৰাপ্ত।[1]
অৱস্থান
সম্পাদনা কৰকমহাবিদ্যালয় খন ডিব্ৰুগড় চহৰৰ গ্ৰেহেম বজাৰ অঞ্চলত অৱস্থিত। ইয়াৰ কাষেৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে। ডিব্ৰুগড় চহৰৰ মাজ-মজিয়াত অৱস্থিত হোৱাৰ বাবে যাতায়তৰ দিশৰ পৰা অতি সুচল।
শিক্ষা
সম্পাদনা কৰকএই মহাবিদ্যালয়খনে ৫ বছৰীয়া দন্ত চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰম আগবঢ়ায়। এই পাঠ্যক্ৰমত নামভৰ্তি ৰাষ্ট্ৰীয় পাত্ৰতা আৰু প্ৰৱেশ পৰীক্ষা(NEET)ৰ ফলাফলৰ ওপৰত আধাৰিত। ই অসম চিকিৎসা শিক্ষা সঞ্চালকালয়ৰ দ্বাৰা পৰিচালিত আৰু শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।
পাঠ্যক্ৰম
সম্পাদনা কৰক- দন্ত চিকিৎসা বিজ্ঞানৰ স্নাতক - ৫০ খন আসন[2]
তথ্য উৎস
সম্পাদনা কৰক- ↑ "about us". ssuhs.in. http://ssuhs.in/node.php?u=afflt। আহৰণ কৰা হৈছে: 2018-07-02.
- ↑ "Two more dental colleges in the offing". sentinelassam.com. https://www.sentinelassam.com/news/two-more-dental-colleges-in-the-offing/। আহৰণ কৰা হৈছে: 2018-07-02.