শ্ৰীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়
উত্তৰ-পূৱ ভাৰতৰ স্বাস্থ্য বিজ্ঞানৰ বিশ্ববিদ্যালয়
(শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ পৰা পুনঃনিৰ্দেশিত)
শ্ৰীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয় গুৱাহাটী, অসমত অৱস্থিত একমাত্ৰ স্বাস্থ্য বিজ্ঞানৰ বিশ্ববিদ্যালয় তথা উত্তৰ-পূৱ ভাৰতৰ প্ৰথমখন স্বাস্থ্য বিজ্ঞানৰ বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয়খনি অসম চৰকাৰে ২০০৯ চনত সমগ্ৰ অসম ৰাজ্যৰ চিকিৎসা বিজ্ঞানৰ শিক্ষা আৰু ইয়াৰ মানদণ্ড উন্নতিৰ হেতুকে শ্ৰীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয় আইন ২০০৭ৰ দ্বাৰা স্থাপন কৰে। [1][2]
Srimanta Shankaradeva University of Health Sciences শ্ৰীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয় | |
---|---|
স্থাপিত | ২০০৯ |
ধৰণ | ৰাজহুৱা |
উপাচাৰ্য | অধ্যাপক ডাঃ দীপিকা ডেকা |
স্থান | গুৱাহাটী |
চৌহদ | চহৰাঞ্চল |
ভুক্তি | বিশ্ববিদ্যালয় অনুদান আয়োগ |
ৱেবছাইট | http://www.ssuhs.in/index.php |
অৱস্থানসম্পাদনা কৰক
বিশ্ববিদ্যালয়খনি অস্থায়ীভাৱে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ দ্বিতীয় মহলাৰ পৰা সঞ্চালন কৰি থকা হৈছে।
পাঠ্যক্ৰমসমূহসম্পাদনা কৰক
স্নাতক পাঠ্যক্ৰমসম্পাদনা কৰক
- বেচ্চেলৰ অৱ মেডিচিন আৰু বেচ্চেলৰ অৱ চাৰ্জৰী
- বেচ্চেলৰ অৱ ডেণ্টেল চাৰ্জৰী
- বেচ্চেলৰ অৱ আৰ্য়ুবেদিক মেডিচিন আৰু চাৰ্জৰী
- বেচ্চেলৰ অৱ হোমিঅ'পেথি মেডিচিন আৰু চাৰ্জৰী
- বেচ্চেলৰ অৱ ফাৰ্মাচী
- বেচ্চেলৰ অৱ নাৰ্চিং
স্নাতকোত্তৰ পাঠ্যক্ৰমসম্পাদনা কৰক
- ডক্টৰ অৱ মেডিচিন
- মাষ্টাৰ অৱ চাৰ্জৰী
- মাষ্টাৰ অৱ ডেণ্টেল চাৰ্জৰী
ডিপ্লোমা পাঠ্যক্ৰমসম্পাদনা কৰক
অন্তৰ্ভুক্ত মহাবিদ্যালয়সম্পাদনা কৰক
চিকিৎসা মহাবিদ্যালয়সম্পাদনা কৰক
- অসম চিকিৎসা মহাবিদ্যালয়
- গুৱাহাটী চিকিৎসা মহাবিদ্যালয়
- শিলচৰ চিকিৎসা মহাবিদ্যালয়
- যোৰহাট চিকিৎসা মহাবিদ্যালয়
- ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়
- তেজপুৰ চিকিৎসা মহাবিদ্যালয়
- ডিফু চিকিৎসা মহাবিদ্যালয়
- লখিমপুৰ চিকিৎসা মহাবিদ্যালয়
দন্ত চিকিৎসা মহাবিদ্যালয়সম্পাদনা কৰক
- আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়
- চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড়
- চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়, শিলচৰ
আৰ্য়ুবেদিক চিকিৎসা মহাবিদ্যালয়সম্পাদনা কৰক
- চৰকাৰী আৰ্য়ুবেদিক চিকিৎসা মহাবিদ্যালয়
হোমিঅ'পেথি চিকিৎসা মহাবিদ্যালয়সম্পাদনা কৰক
ফাৰ্মাচী মহাবিদ্যালয়সম্পাদনা কৰক
নাৰ্চিং মহাবিদ্যালয়সম্পাদনা কৰক
তথ্য সংগ্ৰহসম্পাদনা কৰক
- ↑ "State University Assam". University Grants Commission. http://www.ugc.ac.in/stateuniversitylist.aspx?id=3&Unitype=2। আহৰণ কৰা হৈছে: 24 January 2015.
- ↑ "Medical study to be uniform". The Telegraph Calcutta. 7 September 2011. http://www.telegraphindia.com/1110907/jsp/northeast/story_14472547.jsp। আহৰণ কৰা হৈছে: 24 January 2015.