জনসাধাৰণ

অসমীয়া বাতৰি কাকত।

জনসাধাৰণ অসমৰ এখন দৈনিক অসমীয়া বাতৰি কাকত। গুৱাহাটী আৰু ডিব্ৰুগড়ৰ পৰা সমসাময়িকভাৱে কাকতখন প্ৰকাশিত হয়। কাকতখন ২০০৩ চনত প্ৰথম প্ৰকাশ পায় ।[1] কাকতখনৰ প্ৰথম সম্পাদক আছিল মনোজ কুমাৰ গোস্বামী। ২০১১ চনৰ পৰা জনসাধাৰণ কাকতখনৰ মুখ্য সম্পাদক হৈ আছে পদাৰ্থ বিজ্ঞানৰ প্ৰাক্তন অধ্যাপক তথা সাহিত্যিক ড°শিৱনাথ বৰ্মন[2] ড° বৰ্মনে আঠবছৰ সেৱা আগবঢ়োৱাৰ পিছত সেই দায়িত্বভাৰ ত্যাগ কৰে৷[3] বৰ্তমান এইখন বাতৰি কাকত উপলব্ধ নহয়।

জনসাধাৰণ
প্ৰকাৰ দৈনিক বাতৰিকাকত
ফৰমেট ডাঙৰ পৃষ্ঠা
সম্পাদক ডঃ শিৱনাথ বৰ্মন
প্ৰতিষ্ঠা ২০০৩
ভাষা অসমীয়া
মুখ্য কাৰ্যালয় গুৱাহাটী, অসম

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "About Janasadharan". Archived from the original on 5 November 2012. https://web.archive.org/web/20121105073848/http://janasadharan.in/beta/news/about। আহৰণ কৰা হৈছে: 8 November 2012. 
  2. "Janasadharan Assamese Newspaper". Archived from the original on 7 January 2013. https://web.archive.org/web/20130107105101/http://www.assamjournal.com/2011/11/janasadharan-assamese-newspaper-online.html। আহৰণ কৰা হৈছে: 8 November 2012. 
  3. পৰমানন্দ মজুমদাৰ (২০১৭). "শিৱনাথ বৰ্মন অভিনন্দন গ্ৰন্থ". বিপঞ্চিতা প্ৰকাশন.