জন ফ'ৰ্বছ্‌ নাশ্ব, কনিষ্ঠ


জন ফ'ৰ্বছ নাছ কনিষ্ঠ (জুন ১৩, ১৯২৮, মে' ২৩, ২০১৫) আমেৰিকাৰ এগৰাকী প্ৰখ্যাত গণিতজ্ঞ আছিল। গেম থিয়'ৰি, ডিফাৰেন্সিয়েল জ্যামিতি আৰু পাৰ্ছিয়েল ডিফাৰেন্সিয়েল ইকুৱেশ্যনলৈ তেওঁৰ অৱদানৰ বাবে তেওঁক স্মৰণ কৰা হয়।

জন ফ'ৰ্বছ্‌ নাশ্ব, কনিষ্ঠ

জন্ম ১৩ জুন, ১৯২৮
Bluefield, West Virginia, U.S.
মৃত্যু ২৩ মে', ২০১৫ (৮৬ বছৰ)
near Monroe Township, New Jersey, U.S.
বাসস্থান United States
জাতীয়তা American
ক্ষেত্ৰ
কৰ্মস্থান
শিক্ষানুষ্ঠান
ডক্তৰেল পৰামৰ্শদাতা Albert W. Tucker
জনা যায়
উল্লেখনীয় বঁটা
দাম্পত্যসঙ্গী Alicia Lopez-Harrison de Lardé (m. 1957–1963) (divorced); (m. 2001–2015) (their deaths)
সতি-সন্ততি John Charles Martin Nash, John David Stier

তেওঁৰ তত্ত্বসমূহ, যেনে নাশ্ব সাম্যাৱস্থাৰ ধাৰণা অৰ্থবিজ্ঞান, সংগণন, ইভল্যুশ্যনাৰী বায়লজি, কৃত্ৰিম বুদ্ধিমত্তা, একাউণ্টিং, ৰাজনীতিবিজ্ঞান আৰু সামৰিক তত্ত্ব আদি বিভিন্ন ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ বৰিষ্ঠ গৱেষক গণিতজ্ঞ হিচাবে কাৰ্য্যনিৰ্বাহ কৰা নাছে গেম থিয়'ৰিষ্ট ৰেইনহাৰ্ড ছেলটন আৰু জন হাৰ্চেনিল লগত যুটীয়াভাবে ১৯৯৪ চনৰ অৰ্থবিজ্ঞানৰ ন'বেল বঁটা লাভ কৰে। ২০১৫ চনত তেওঁক লুই নিৰেণবাৰ্গৰ লগত নন লিনিয়াৰ পাৰ্চিয়েল ডিফাৰেন্সিয়েল ইকুৱেশ্যনৰ বিষয়ে কৰা কামৰ বাবে তেওঁক যুটীয়াভাৱে এবেল পুৰস্কাৰেৰে বিভূষিত কৰা হয়।

তথ্যসূত্ৰসম্পাদনা কৰক

লগতে চাওকসম্পাদনা কৰক