১৩ জুন
তাৰিখ
জুন | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ||||
৪ | ৫ | ৬ | ৭ | ৮ | ৯ | ১০ |
১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ |
১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ |
২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ | |
২০২৩ |
১৩ জুন (ইংৰাজী: 13 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৬৪তম (অধিবৰ্ষত ১৬৫তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২০১টা দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা হ’ল -
ঘটনাৱলীসম্পাদনা কৰক
- ১২৯০ - জালালুদ্দিন খলিজিয়ে দিল্লী দখল কৰিছিল আৰু ইয়াৰ ফলত দাস বংশৰ ৰাজত্বৰ সূচনা হৈছিল।
- ১৭৫৭ - ৰবাৰ্ট ক্লাইভে চিৰাজউদ্দৌলাৰ বিৰুদ্ধে মুৰ্চিদাবাদ অভিমুখে যুদ্ধ অভিযান আৰম্ভ কৰিছিল।
- ১৯০০ - চীনত বক্সাৰ বিদ্ৰোহ আৰম্ভ হৈছিল।
- ১৯৮৩ - আমেৰিকাৰ মহাকাশযান ‘‘পায়’নিয়াৰ—১০’’এ সৌৰ জগত পাৰ হৈ অচিন জীৱৰ সন্ধানত বৰ্হিবিশ্বলৈ যাত্ৰা কৰিছিল।
জন্মসম্পাদনা কৰক
- ১৭৭৩ - টমাছ ইয়ং, ইংৰাজ পদাৰ্থ বিজ্ঞানী।
- ১৮৩১ - জেমচ্ ক্লাৰ্ক মেক্সৱেল, বিদ্যুৎ চুম্বকীয় তত্ত্বৰ প্ৰৱৰ্তক।
- ১৮৬৫ - উইলিয়াম বাটলাৰ ইয়েটছ, আইৰিছ কবি আৰু নাট্যকাৰ।
- ১৮৯৪ - মিত্ৰদেৱ মহন্ত অধিকাৰী (চমুকৈ, মিত্ৰদেৱ মহন্ত), অসমৰ এজন বিখ্যাত কবি, সাহিত্যিক, নাট্যকাৰ তথা অভিনেতা।
মৃত্যুসম্পাদনা কৰক
- ২০২১ - চনৰ আজিৰ দিনটোতে ভাৰতীয় ভলীবল খেলুৱৈ তথা ভাৰতৰ মহিলা ৰাষ্ট্ৰীয় ভলীবল দলৰ অধিনায়ক নিৰ্মল চাইনীৰ মৃত্যু হৈছিল।
দিৱসসম্পাদনা কৰক
- সম্ৰাট আলেকজেণ্ডাৰৰ স্মৃতি দিৱস।
- হাঙ্গেৰীৰ উদ্ভাৱক দিৱস।
বাহ্যিক সংযোগসম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত ১৩ জুন সম্পৰ্কীয় মিডিয়া ফাইল আছে। |