জয়ন্ত ৰংপি এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। ১৯৯১ চনৰ পৰা ২০০৪ চনলৈকে [[অসম]] ৰস্বায়ত্ত্ব শাসিত জিলা ৰ বাবে সংসদৰ সদস্য, লোকসভা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

ডা°

জয়ন্ত ৰংপি'
সংসদৰ সদস্য, লোকসভা
কাৰ্যকাল
1991–2004
পূৰ্বসূৰী বিৰেন সিং ইংতি
উত্তৰসূৰী বিৰেন সিং ইংতি
সমষ্টি স্বায়ত্ব শাসিত জিলা (লোকসভা সমষ্টি), Assam
ব্যক্তিগত তথ্য
জন্ম ০৯ জুন, ১৯৫৫ (৬৯ বছৰ)
ৰাজনৈতিক দল স্বায়ত্তশাসিত ৰাজ্যিক দাবী সমিতি
আন ৰাজনৈতিক
সম্পৰ্ক
ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী–লেনিনবাদী)
দাম্পত্যসঙ্গী নিৰলা ইংতিপি
সন্তান ২ জন পুত্ৰ আৰু ১গৰাকী কন্যা
পেচা ডাক্টৰ, ৰাজনীতিবিদ

১৯৯১, ১৯৯৬ আৰু ১৯৯৮ চনত তেওঁ স্বায়ত্তশাসিত ৰাজ্যিক দাবী সমিতিৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হয়। ১৯৯৯ চনত তেওঁ ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী–লেনিনবাদী) মুক্তি প্ৰাৰ্থী আছিল।[1][2][3][4][5] তেওঁ একমাত্ৰ সাংসদ যিয়ে স্বায়ত্তশাসিত জিলা সমষ্টিত একেৰাহে ৪ বাৰ জয়ী আৰু দখল কৰে সাধাৰণ নিৰ্বাচন।

উল্লেখসমূহ

সম্পাদনা কৰক

বাহ্যিক সংযোগসমূহ

সম্পাদনা কৰক