স্বায়ত্ব শাসিত জিলা (লোকসভা সমষ্টি)
স্বায়ত্ব শাসিত জিলা লোকসভা সমষ্টি (ইংৰাজী: Autonomous District Lok Sabha constituency) অসমৰ ১৪টা লোক সভা সমষ্টিৰ ভিতৰত এটা। এই সমষ্টিটো অনুসূচিত জনজাতিৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত।
বিধানসভাৰ সমষ্টিসমূহসম্পাদনা কৰক
স্বায়ত্ব শাসিত জিলা লোকসভা সমষ্টিত তলত উল্লেখিত বিধান সভা সমষ্টিসমূহ আছে [1]:
ক্ৰম | সমষ্টিৰ নাম | অনুসূচিত জাতি/ জনজাতিৰ বাবে সংৰক্ষিত | জিলা |
---|---|---|---|
১ | ১৬, হাফলং বিধানসভা সমষ্টি | অনুসূচিত জনজাতি | ডিমা হাছাও |
২ | ১৭, বোকাজান বিধানসভা সমষ্টি | অনুসূচিত জনজাতি | কাৰ্বি আংলং |
৩ | ১৮, হাওৰাঘাট বিধানসভা সমষ্টি | অনুসূচিত জনজাতি | কাৰ্বি আংলং |
৪ | ১৯, ডিফু বিধানসভা সমষ্টি | অনুসূচিত জনজাতি | কাৰ্বি আংলং |
৫ | ২০, বৈথালাংছু বিধানসভা সমষ্টি | অনুসূচিত জনজাতি | কাৰ্বি আংলং |
লোকসভাৰ সদস্যসকলসম্পাদনা কৰক
আৰম্ভণিৰেপৰা বৰ্তমানলৈ স্বায়ত্ব শাসিত জিলা লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰা সদস্যসকলৰ নাম তলত উল্লেখ কৰা হ'ল।[2]
ক্ৰম | বৰ্ষ | প্ৰাৰ্থী | দল |
---|---|---|---|
১ | ১৯৭৭ | বিৰেন সিং ইংতি | ভাৰতীয় জাতীয় কংগ্ৰেছ |
২ | ১৯৮৪ | বিৰেন সিং ইংতি | ভাৰতীয় জাতীয় কংগ্ৰেছ |
৩ | ১৯৯১ | জয়ন্ত ৰংপি | অটোনমাচ ষ্টেট ডিমাণ্ড কমিটি |
৪ | ১৯৯৬ | জয়ন্ত ৰংপি | অটোনমাচ ষ্টেট ডিমাণ্ড কমিটি |
৫ | ১৯৯৮ | জয়ন্ত ৰংপি | অটোনমাচ ষ্টেট ডিমাণ্ড কমিটি |
৬ | ১৯৯৯ | জয়ন্ত ৰংপি | ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী-লেলিনবাদী) লিবাৰেচন |
৭ | ২০০৪ | বিৰেন সিং ইংতি | ভাৰতীয় জাতীয় কংগ্ৰেছ |
৮ | ২০০৯ | বিৰেন সিং ইংতি | ভাৰতীয় জাতীয় কংগ্ৰেছ |
৯ | ২০১৪ | বিৰেন সিং ইংতি[3] | ভাৰতীয় জাতীয় কংগ্ৰেছ |
তথ্য সংগ্ৰহসম্পাদনা কৰক
- ↑ "List of Parliamentary & Assembly Constituencies". Assam. Election Commission of India. http://archive.eci.gov.in/se2001/background/S03/AS_ACPC.pdf। আহৰণ কৰা হৈছে: 2008-10-05.
- ↑ http://164.100.47.132/LssNew/members/lokprev.aspx
- ↑ "GENERAL ELECTION TO LOK SABHA TRENDS & RESULT 2014". ELECTION COMMISSION OF INDIA. 16 May, 2014. http://eciresults.nic.in/ConstituencywiseS033.htm?ac=3। আহৰণ কৰা হৈছে: 7 জুন 2014.