ৰাঁচী
ৰাঁচী (চাঁওতালি: ᱨᱟᱺᱪᱤ) হৈছে ভাৰতৰ ৰাজ্য ঝাৰখণ্ডৰ ৰাজধানী।[3] ৰাঁচী ঝাৰখণ্ড আন্দোলনৰ কেন্দ্ৰ আছিল,[4] যি আন্দোলনে দক্ষিণ বিহাৰ, উত্তৰ উৰিষ্যা, পশ্চিম পশ্চিমবঙ্গ আৰু বৰ্তমান ছত্তীছগঢ়ৰ পূৱ অঞ্চল একত্ৰিত কৰি এক পৃথক ৰাজ্যৰ দাবি কৰিছিল। ২০০০ চনৰ ১৫ নৱেম্বৰত বিহাৰৰ কিছু অংশৰ পৰা ঝাৰখণ্ড ৰাজ্য গঠন কৰা হৈছিল।
ৰাঁচী ᱨᱟᱺᱪᱤ रांची |
|
---|---|
— মেট্ৰপলিচ — | |
Ranchi.landmarks.jpg | |
অন্য নাম: (Waterfall city) | |
ভৌগোলিক স্থানাংক: 23°36′N 85°33′E / 23.6°N 85.55°Eস্থানাংক: 23°36′N 85°33′E / 23.6°N 85.55°E | |
দেশ | ভাৰত |
ৰাজ্য | ঝাড়খণ্ড |
জিলা | ৰাঁচী |
পূৰ্বৰ নাম | মাদ্ৰাছ |
চৰকাৰ | |
- প্ৰকাৰ | Mayor–council government |
মাটিকালি | |
- মেট্ৰপলিচ | ৬৫২.০২ কি.মি.২ (২৫১.৭ বৰ্গ মাইল) |
- মহানগৰ | ১,২৯৫ কি.মি.২ (৬৫২.০২ বৰ্গ মাইল) |
উচ্চতা | ৬৫৭ মিটাৰ (২,১৫৫.৫১ ফুট) |
জনসংখ্যা (২০১৯)[1] | |
- মেট্ৰপলিচ | ২১,৯০,৬৪৫ জন |
- স্থান | ৩য়তম |
- জনঘনত্ব | ৩,৩৫৯.৮ প্ৰতি বৰ্গ কি.মি. (৮,৭০১.৮ প্ৰতি বৰ্গ মাইল) |
- মহানগৰ[2] | ২৭,৫৬,৯৮৭ জন |
- মেট্ৰ ৰেংক | ৩য় জন |
- মেট্ৰপলিটান | ২৭,৫৬,৯৮৭ (৪ৰ্থ) জন |
বিশেষণ | Ranchite |
সময় অঞ্চল | ভাৰতীয় মান সময় (গ্ৰী.মা.স.+০৫:৩০) |
পিনকোড | 834 xxx, |
অঞ্চল কোড | +৯১-651 |
যানবাহনৰ নম্বৰ | JH-01 |
UN/LOCODE | IN RNC |
Official language | হিন্দী, চাঁওতালি |
ৱেবছাইট | Website of the Ranchi Corporation |
তথ্য সংগ্ৰহসম্পাদনা কৰক
- ↑ "Provisional Population Totals". Census of India 2011. The Registrar General & Census Commissioner, Government of India. http://censusindia.gov.in/2011-prov-results/paper2/data_files/India2/Table_2_PR_Cities_1Lakh_and_Above.xls। আহৰণ কৰা হৈছে: 2012-03-30.
- ↑ "INDIA STATS : Million plus cities in India as per Census 2011". National Informatics CentrePress Information Bureau, Mumbai. http://pibmumbai.gov.in/scripts/detail.asp?releaseId=E2011IS3। আহৰণ কৰা হৈছে: 20 August 2015.
- ↑ "Netarhat: Jharkhand's Secret Hill Station". Outlook. https://www.outlookindia.com/outlooktraveller/explore/story/69239/a-guide-to-netarhat-jharkhands-secret-hill-station.
- ↑ "Jharkhand Movement". Country Studies. http://www.country-studies.com/india/jharkhand-movement.html। আহৰণ কৰা হৈছে: 2009-05-07.