ডাঙৰ দলনি বেং
ডাঙৰ দলনি বেং (ইংৰাজী: Bhamo Frog বৈজ্ঞানিক নাম-Humerana humeralis) 'Ranidae' পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ ভেকুলীৰ প্ৰজাতি।
ডাঙৰ দলনি বেং (Humerana humeralis) | |
---|---|
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Amphibia |
বৰ্গ: | Anura |
পৰিয়াল: | Ranidae |
গণ: | Humerana |
প্ৰজাতি: | H. humeralis |
বৈজ্ঞানিক নাম | |
Humerana humeralis (Boulenger, 1887)[2] | |
সমাৰ্থক | |
Rana humeralis Boulenger, 1887 |
বিৱৰণ
সম্পাদনা কৰকবিতৰণ
সম্পাদনা কৰকএই ভেকুলীবিধ ঘাইকৈ বাংলাদেশ, ভাৰত, ম্যানমাৰ, নেপাল আৰু ভূটান আদি দেশত দেখা পোৱা যায়। [2]
বাসস্থান
সম্পাদনা কৰকডাঙৰ দলনি বেঙৰ প্ৰধান বাসস্থান হৈছে ক্ৰান্তীয় আৰু অৰ্ধক্ৰান্তীয় সেমেকা বনাঞ্চলসমূহ[1]
আচৰণ
সম্পাদনা কৰকখাদ্য
সম্পাদনা কৰকআচৰণ
সম্পাদনা কৰকতথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ 1.0 1.1 সাঁচ:IUCN2012.2
- ↑ 2.0 2.1 Frost, Darrel R. (2013). "Humerana humeralis (Boulenger, 1887)". Amphibian Species of the World 5.6, an Online Reference. American Museum of Natural History. http://research.amnh.org/vz/herpetology/amphibia/?action=names&taxon=Humerana+humeralis। আহৰণ কৰা হৈছে: 22 June 2013.