ডেণ্ড্ৰ'বিয়াম ফুগাক্স
ডেণ্ড্ৰ'বিয়াম ফুগাক্স (বৈজ্ঞানিক নাম: Dendrobium fugax) বা ফেডিং ডেণ্ড্ৰ'বিয়াম (ইংৰাজী: Fading Dendrobium) হৈছে এবিধ পৰাশ্ৰয়ী অৰ্কিডৰ প্ৰজাতি। এই অৰ্কিডবিধ হিমালয় আৰু ইণ্ডো-চীন অঞ্চলত পোৱা যায়। ই অসম, ভূটান, ছিকিম, ম্যানমাৰ, থাইলেণ্ড, লাওছ আৰু ভিয়েটনামৰ থলুৱা প্ৰজাতি। গছৰ ডালত এই অৰ্কিডবিধে প্ৰাকৃতিকভাৱে আশ্ৰয় লয়।[1][2]
ডেণ্ড্ৰ'বিয়াম ফুগাক্স | |
---|---|
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
বিভাগ: | Tracheophyta |
শ্ৰেণী: | Liliopsida |
বৰ্গ: | Asparagales |
পৰিয়াল: | Orchidaceae |
গণ: | Dendrobium |
প্ৰজাতি: | Dendrobium fugax |
বৈজ্ঞানিক নাম | |
Dendrobium fugax Rchb.f. | |
সমাৰ্থক | |
Dendrobium roseopunctatum (Ridl.) Ridl. |
বিৱৰণ
সম্পাদনা কৰকএই অৰ্কিডবিধ শীত, বসন্ত আৰু গ্ৰীষ্মকালত ফুলে। পাতৰ গুৰিৰ ওচৰৰ পৰা ওলোৱা চুটি, একক পুষ্পদণ্ডত ইয়াৰ ফুল ফুলে। ফুলৰ ৰং বগা।[1]
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ 1.0 1.1 "Fading Dendrobium". flowersofindia.net. https://www.flowersofindia.net/catalog/slides/Fading%20Dendrobium.html#:~:text=Fading%20Dendrobium%20is%20a%20large,narrowing%20below%20into%20the%20base.। আহৰণ কৰা হৈছে: 12 June 2023.
- ↑ "The Fading Flickingeria". orchidspecies.com. http://www.orchidspecies.com/flickfugax.htm। আহৰণ কৰা হৈছে: 12 June 2023.