মূল মেনু খোলক

ৱিকিপিডিয়া:ৱিকিপ্ৰকল্প অনুবাদ

(ৱিকিপিডিয়া:Translationৰ পৰা পুনঃনিৰ্দেশিত)
Qxz-ad104.gif
অনুবাদ বিভাগ

অনান্য প্ৰকল্পসমূহ

অনুবাদৰ কিছুমান কাম হাতত ল’বৰ বাবে এই প্ৰকল্প পৃষ্ঠাটো সৃষ্টি ক’ৰা হৈছে। ইচ্ছুকসকলে অনুবাদ তলৰ পৃষ্ঠাকেইখন অনুবাদ কৰি শেষ হোৱাৰ পাছত প্ৰধান নামস্থানত প্ৰবন্ধবোৰ সৃষ্টি কৰিব পাৰিব, স্থানান্তৰ কৰাতকৈ নতুনকৈ সৃষ্টি কৰাটোহে ভাল যেন পাইছো, এই পক্ৰিয়াৰে কৰিলে প্ৰবন্ধটো অনুবাদকৰ্তাজনৰে ইতিহাসত নামটো থাকিব আৰু অন্য ভাষাৰ পৰা অনুবাদ কৰা হৈছে বুলি ইতিহাস চালেও ধৰিব নোৱাৰিব। উদাহৰণ স্বৰূপে ৱিকিপিডিয়া:অনুবাদ/তড়িৎ আৰু ইলেকট্ৰনিক প্ৰকৌশল‎ প্ৰবন্ধটো অনুবাদ শেষ হোৱাৰ পাছত তড়িৎ আৰু ইলেকট্ৰনিক প্ৰকৌশল‎ নামে পৃষ্ঠাত তথ্যখিনি প্ৰতিলিপি কৰি দিলেই হ’ব। প্ৰবন্ধসমূহ অনুবাদ কৰাৰ পাছত {{শেহতীয়া অনুবাদ}} সাঁচ ব্যৱহাৰ কৰিব, যাতে এই জাননী পঢ়ি কোনো আন সদস্যই অনুবাদ কাৰ্যত ৰৈ যোৱা আসোঁৱাহসমূহ দূৰ কৰিব পাৰে।

সূচী

অনুবাদৰ বাবে লোৱা নতুন পৃষ্ঠাসমূহসম্পাদনা কৰক

পূৰ্বৰ পোখালি প্ৰবন্ধৰৰ বিস্তাৰ সাধনসম্পাদনা কৰক

মূল স্থানত থকা প্ৰবন্ধৰ অনুবাদসম্পাদনা কৰক

অনুবাদ শেষ হোৱা পৃষ্ঠাসমূহসম্পাদনা কৰক

শেহতীয়াভাৱে অনুবাদ শেষ হোৱা পৃষ্ঠাসমূহত অনুবাদ সমাপ্তিৰ পাছত ৰৈ যোৱা আসোঁৱাহসমূহ দূৰ কৰি আপুনি ৱিকিপিডিয়াক সহায় কৰিব পাৰে।

  1. ==> মোহনদাস কৰমচান্দ গান্ধী
  2. ==> হেৰী পটাৰ
  3. ==> কৃষ্ণ
  4. ==> কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

আৰু চাওক অনুবাদ নিৰীক্ষণৰ আৱশ্যক থকা প্ৰবন্ধসমূহ


সম্পৰ্কীয় সাঁচসমূহসম্পাদনা কৰক

  • {{অনুবাদক}}:: এই সাঁচটো অনুবাদ প্ৰকল্পৰ সৈতে জড়িত হোৱাৰ পাছত আপোনাৰ সদস্যপৃষ্ঠাত লিখি ৰাখিব পাৰে।
  • {{অনুবাদ}} :: অনুবাদ নোহোৱা প্ৰবন্ধসমূহত ব্যৱহাৰ কৰা হয়।
  • {{শেহতীয়া অনুবাদ}} :: প্ৰবন্ধসমূহ অনুবাদ কৰাৰ পাছত এই সাঁচ ব্যৱহাৰ কৰা হয়, যাতে এই জাননী পঢ়ি কোনো আন সদস্যই অনুবাদ কাৰ্যত ৰৈ যোৱা আসোঁৱাহসমূহ দূৰ কৰিব পাৰে।
  • {{ৱিকিপিডিয়া অনুবাদ}} :: ৱিকিপিডিয়াৰ সহায় বা আন অনুবাদ নকৰা প্ৰকল্পপৃষ্ঠাসমূহত এই সাঁচ ব্যৱহাৰ কৰা হয়।

লগতে চাওকসম্পাদনা কৰক