দিলীপ শইকীয়া

ভাৰতীয় ৰাজনীতিবিদ

দিলীপ শইকীয়া (ইংৰাজী: Dilip Saikia) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ২০১৯ চনত ভাৰতৰ সাধাৰণ নিৰ্বাচনত মঙ্গলদৈ সমষ্টিৰ পৰা লোকসভালৈ ভাৰতীয় জনতা পাৰ্টীৰ পৰা নিৰ্বাচিত হয়।[2] তেওঁ বিজেপিৰ ছেপ্তেম্বৰ ২০১৯ চনৰ পৰা জুলাই ২০২৩লৈকে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক আছিল।[3] পূৰ্বে তেওঁ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ অসম প্ৰদেশৰ ৰাজ্যিক সম্পাদক আৰু সাংগঠনিক সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[4]

দিলীপ শইকীয়া
লোকসভাৰ সাংসদ
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
২০১৯
পূৰ্বসূৰী ৰমেন ডেকা
সমষ্টি মঙ্গলদৈ সমষ্টি, অসম
ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক, ভাৰতীয় জনতা পাৰ্টী
কাৰ্যকাল
ছেপ্টেম্বৰ, ২০১৯ – জুলাই, ২০২৩
ব্যক্তিগত তথ্য
জন্ম ১ ছেপ্টেম্বৰ, ১৯৭৩ (৫০ বছৰ)
নলবাৰী, অসম [1]
ৰাষ্ট্ৰীয়তা ভাৰতীয়
ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টী (২০১৫-বৰ্তমানলৈ)
দাম্পত্যসঙ্গী নিজু বৰ্মন শইকীয়া
সন্তান কৃষ্টি শইকীয়া
পিতৃ-মাতৃ প্ৰবীন শইকীয়া (পিতৃ)
শিক্ষানুষ্ঠান গুৱাহাটী কমাৰ্চ কলেজ (গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত)
পেচা ৰাজনীতিবিদ

তথ্য সংগ্ৰহ সম্পাদনা কৰক