১৩ মাৰ্চ
তাৰিখ
মাৰ্চ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | |||||
৩ | ৪ | ৫ | ৬ | ৭ | ৮ | ৯ |
১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ |
১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ |
২৪ | ২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ |
৩১ | ||||||
২০২৪ |
১৩ মাৰ্চ (ইংৰাজী: 13 March) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৭২তম (অধিবৰ্ষত ৭৩তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৯৩টা দিন বাকী থাকে।
ঘটনাৱলী
সম্পাদনা কৰকজন্ম
সম্পাদনা কৰক- ১৯০৯ - সুমতী মোৰাৰজী, ভাৰতীয় ব্যৱসায়ী।
- ১৯১০ - আকিৰা কুৰোছাৱা, জাপানৰ চলচ্চিত্ৰ পৰিচালক।
- ১৯১৩ - মিনীমাতা, সৎনামী সমাজৰ গুৰুমাতা।
- ১৯৪৮ - অসীম বোথ্ৰা, অসমীয়া চলচ্চিত্ৰ কৰ্মী।
- ১৯৫৬ - দুৰ্গাময়ী বৰা, অসমীয়া গায়িকা।
- ১৯৮২ - নিম্ৰত কৌৰ, ভাৰতীয় চলচ্চিত্ৰৰ অভিনেত্ৰী।
- ১৯৮৪ - গীতা বাছৰা, ভাৰতীয় অভিনেত্ৰী।
মৃত্যু
সম্পাদনা কৰক- ১৮০০ - নানা ফাদ্নাবিছ, ভাৰতীয় ৰাজনীতিবিদ।
- ১৯৯৯ - লী ফক, আমেৰিকান কাৰ্টুনিষ্ট, চলচ্চিত্ৰ পৰিচালক।
- ২০০৭ - আৰ্নল্ড স্কালেণ্ড, আমেৰিকান মল্লযুদ্ধা।
দিৱস
সম্পাদনা কৰক- ৰাষ্ট্ৰীয় হস্তী দিৱস (থাইলেণ্ড)
তথ্য সংগ্ৰহ
সম্পাদনা কৰক
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত ১৩ মাৰ্চ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |