নতুন আৱিষ্কাৰ
নতুন আৱিষ্কাৰ অসমীয়া ভাষাত শিশুসকলৰ বাবে প্ৰকাশিত এখন বিজ্ঞান আলোচনী। যোৰহাটৰপৰা প্ৰকাশ পোৱা এই আলোচনীখনৰ সম্পাদক শিশু সাহিত্যৰ বাবে সাহিত্য অকাডেমি বঁটা বিজয়ী সাহিত্যিক শান্তনু তামূলী।[1]
সম্পাদক | শান্তনু তামূলী |
---|---|
প্ৰকাশনৰ হাৰ | মাহেকীয়া |
প্ৰকাশক | মৌচাক প্ৰকাশন |
দেশ | ভাৰত অসম |
ভাষা | অসমীয়া |
উল্লেখযোগ্য শিতানসমূহ
সম্পাদনা কৰক- বিজ্ঞানৰ আৰ্হি : বিভিন্ন ধৰণৰ সামগ্ৰী নিৰ্মাণৰ বৈজ্ঞানিক পদ্ধতিসমূহৰ প্ৰকাশ হয়।
- দেশে দেশে অভয়াৰণ্য : দেশ বিদেশৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ পৰিচয়মূলক প্ৰবন্ধ প্ৰকাশ।
- বিজ্ঞান-বিস্ময় : পৃথিৱীৰ অদ্ভুত প্ৰাণী, উদ্ভিদ আদিৰ পৰিচয়মূলক লেখা।
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ "Popular publications in Assam". Assam.net. http://www.assam.org/node/2328। আহৰণ কৰা হৈছে: 16 April 2013.