নতুন আৱিষ্কাৰ অসমীয়া ভাষাত শিশুসকলৰ বাবে প্ৰকাশিত এখন বিজ্ঞান আলোচনী। যোৰহাটৰপৰা প্ৰকাশ পোৱা এই আলোচনীখনৰ সম্পাদক শিশু সাহিত্যৰ বাবে সাহিত্য অকাডেমি বঁটা বিজয়ী সাহিত্যিক শান্তনু তামূলী[1]

নতুন আৱিষ্কাৰ
সম্পাদক শান্তনু তামূলী
প্ৰকাশনৰ হাৰ মাহেকীয়া
প্ৰকাশক মৌচাক প্ৰকাশন
দেশ ভাৰতভাৰত অসম
ভাষা অসমীয়া

উল্লেখযোগ্য শিতানসমূহ সম্পাদনা কৰক

  • বিজ্ঞানৰ আৰ্হি : বিভিন্ন ধৰণৰ সামগ্ৰী নিৰ্মাণৰ বৈজ্ঞানিক পদ্ধতিসমূহৰ প্ৰকাশ হয়।
  • দেশে দেশে অভয়াৰণ্য : দেশ বিদেশৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ পৰিচয়মূলক প্ৰবন্ধ প্ৰকাশ।
  • বিজ্ঞান-বিস্ময় : পৃথিৱীৰ অদ্ভুত প্ৰাণী, উদ্ভিদ আদিৰ পৰিচয়মূলক লেখা।

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "Popular publications in Assam". Assam.net. http://www.assam.org/node/2328। আহৰণ কৰা হৈছে: 16 April 2013.