নয়ন নীলিম
নয়ন নিলীম (ইংৰাজী: Nayan Nilim) অসমীয়া চলচ্চিত্ৰ জগতৰ এজন জনপ্ৰিয় অভিনেতা। চলচ্চিত্ৰত অভিনয় কৰাৰ উপৰিও তেখেত এজন গায়কো৷ "আবেলি" নামৰ এটা সংগীত এলবামত তেখেতে কণ্ঠদান কৰিছিল। বিহু নৃত্যৰ ক্ষেত্ৰটো তেখেতৰ সুনাম আছে। তেখেতে বৰ্তমানলৈ বহুকেইখন অসমীয়া ভাষাৰ চলচ্চিত্ৰ আৰু ছুটি ছবিত অভিনয় কৰিছে৷
নয়ন নিলীম | |
---|---|
জন্ম | ২২ ছেপ্টেম্বৰ, ১৯৮২ নাহৰকটীয়া, ডিব্ৰুগড়, অসম, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | অভিনেতা |
অভিনীত অসমীয়া চলচ্চিত্ৰ
সম্পাদনা কৰকঅভিনীত অসমীয়া ভিচিডি
সম্পাদনা কৰক- জোনবাই ১
- জোনবাই ২
- আবেলি
তথ্য সংগ্ৰহ
সম্পাদনা কৰক
বৰ্ষ | চলচ্চিত্ৰ | সহ - শিল্পী | পৰিচালক |
---|---|---|---|
২০০৪ | ৰংমন | অমল বৰুৱা | |
২০১৭ | কোঁৱৰপুৰৰ কোঁৱৰ | তাপশ্ৰী কলিতা | ৰাজেশ ভূঞা |
২০২২ | বন্ধু | বিবেক | ত্ৰিদিব লাহন |