নাচনী চৰাই
নাচনী চৰাই[2] (ইংৰাজী: White-throated Fantail, বৈজ্ঞানিক নাম-Rhipidura albicollis) এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি৷ ইয়াক প্ৰধানকৈ দক্ষিণ এছিয়াৰ ভাৰতৰ পৰা বাংলাদেশ তথা ইণ্ডোনেছিয়া আদি দেশৰ বনাঞ্চল তথা খেতি-পথাৰ আদিত দেখা পোৱা যায়৷
নাচনী চৰাই (White-throated Fantail) | |
---|---|
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Passeriformes |
পৰিয়াল: | Rhipiduridae |
গণ: | Rhipidura |
প্ৰজাতি: | R. albicollis |
বৈজ্ঞানিক নাম | |
Rhipidura albicollis (Vieillot, 1818) |
বিৱৰণ
সম্পাদনা কৰকনাচনী চৰাই প্ৰায় ১৯ ছেমি দীঘল। ইয়াৰ এখন ক'লা বিচনী-সদৃশ ফিচা থাকে, অগ্ৰাংশ বগা, আৰু ডিঙি বগা।
বিতৰণ
সম্পাদনা কৰকথলুৱা আৱাস: বাংলাদেশ, ভূটান, কেম্ব'ডিয়া, চীন, ভাৰত, ইন্দোনেচিয়া, লাও পিপ'লছ ডেম'ক্ৰেটিক ৰিপাব্লিক, মালেচিয়া, ম্যানমাৰ, নেপাল, থাইলেণ্ড, ভিয়েটনাম।[3]
আচৰণ
সম্পাদনা কৰকনাচনী চৰায়ে প্ৰায়ে সিহঁতৰ ফিচা নচুৱাই থাকে।
খাদ্য
সম্পাদনা কৰকনাচনী চৰাইবোৰ পতংগভোজী।
প্ৰজনন
সম্পাদনা কৰকনাচনী চৰায়ে গছত সজা সিহঁতৰ সৰু বাঁহত তিনিটাকৈ কণী পাৰে।
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ BirdLife International (2012). "Rhipidura albicollis". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/106005988। আহৰণ কৰা হৈছে: 16 July 2012.
- ↑ N.N. Dutta et al, Annals of Biological Research, 2011, 2 (5):374-384
- ↑ BirdLife International 2012. Rhipidura albicollis. In: IUCN 2012. IUCN Red List of Threatened Species. Version 2012.2. <www.iucnredlist.org>. Downloaded on 02 June 2013.
- Birds of India by Grimmett, Inskipp and Inskipp, ISBN 0-691-04910-6