নাছিৰুদ্দিন বুগৰা খান
এই প্ৰবন্ধটো বৰ্তমান লিখি থকা হৈছে। আপুনিও এই কাৰ্যত অংশগ্ৰহণ কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। বৰ্তমান কাম কৰি থকা লিখকৰ নাম জানিবলৈ ইচ্ছা কৰিলে এই লিংক চাওক; যদি এই প্ৰবন্ধত বহুদিন ধৰি একো কাম হোৱা নাই, তেনেহ’লে এই সাঁচটো আঁতৰাই দিব পাৰিব। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
দুজন লিখকে একে সময়তে (বেলেগ বেলেগ স্থানৰ পৰা) কাম কৰি থাকে যদি কোনোজনে save কৰিবলৈ দিলে "সম্পাদনা দ্বন্দ্ব" বা "edit conflict" বুলি বাৰ্তা আহিব পাৰে, আৰু এনেক্ষেত্ৰত সচৰাচৰ আপুনি সম্পাদনা কৰাখিনি হেৰাই যাব পাৰে। এনে ধৰণৰ অসুবিধাৰ পৰা হাত সাৰিবৰ বাবে আপুনি পৃষ্ঠা সঁচাৰ আগে আগে আপুনি কৰা সম্পাদনাখিনি কীব'ৰ্ডৰ Ctrl + C ব্যৱহাৰ কৰি প্ৰতিলিপি কৰি ৰাখিব পাৰে বা অন্য কোনো editor যেনে notepad, Microsoft word, open office আদিত save কৰি থ'ব। সম্পাদনা দ্বন্দ্ব মানে কাজিয়া হৈছে বুলি ভুল বুজাবুজি নকৰি কিছুসময় অপেক্ষা কৰি আপোনাৰখিনি পাছত যোগ দিব পাৰিব। প্ৰয়োজন হ'লে প্ৰবন্ধৰ "ইতিহাস" টেবত চাই যাৰ লগত আপোনাৰ সম্পাদনা দ্বন্দ্ব হৈছে তেওঁৰ লগত আলোচনা কৰি দুয়োজনে মিলাপ্ৰীতিৰে সম্পাদনা কৰি প্ৰবন্ধটো লিখি উলিয়াব পাৰে। এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে দ্বিতীয় উপায় হৈছে {{সম্পাদনা দ্বন্দ্ব}}ৰ ব্যৱহাৰ। আপুনি লিখিবলৈ আৰম্ভ কৰা পৃষ্ঠাটোত যদি আন কোনোৱেই সমসাময়িকভাৱে সম্পাদনা কৰাটো নিবিচাৰে তেনেহ’লে এই সাঁচটো ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ সম্পাদনা শেষ হোৱাৰ পাছত এই সাঁচটো আঁতৰাই দিবলৈ নাপাহৰে যেন। |
নাছিৰুদ্দীন মাহমুদ (বা মহম্মদ) বুগৰা খান (ফাৰ্চী: ناصر الدین بغرا خان) বংগৰ প্ৰাদেশিক শাসক (১২৮১–১২৮৭) আৰু পিছলৈ বংগৰ (কাৰ্য্যতঃ লখনৌতি) স্বতন্ত্ৰ চুলতান (১২৮৭–১২৯১) আছিল। তেওঁ দিল্লীৰ চুলতান গিয়াছুদ্দিন বলবনৰ পুত্ৰ। বংগৰ ৰাজ্যপাল হোৱাৰ আগতে তেওঁ পঞ্জাৱৰ সমনা আৰু সুমামৰ ৰাজ্যপাল আছিল।[1] বাংলাদেশৰ বগুড়া জিলাৰ নাম তেওঁৰ নামেৰে নামকৰণ কৰা হৈছে।[2]
ইতিহাস
সম্পাদনা কৰকমংগোল আক্ৰমণৰ প্ৰতিৰোধ
সম্পাদনা কৰকবুগৰা খানৰ পিতৃ আরু দিল্লীৰ মামলুক চুলতান গিয়াছুদ্দিন বলবনৰ ৰাজত্বকালত (১২৬৬–১২৮৭ খ্ৰীষ্টাব্দ) মঙ্গোল যোদ্ধাসকলে ভাৰত উপমহাদেশৰ উত্তৰ-পশ্চিম সীমান্তত নিৰন্তৰ আক্ৰমণ অব্যাহত ৰাখিছিল। এই সময়ত চুলতান বলবানে তেওঁৰ দুই পুত্ৰ যুৱৰাজ মুহাম্মদ আৰু নাছিৰুদ্দিন বুগৰা খানৰ সৈতে মংগোল আক্ৰমণ প্ৰতিৰোধ কৰিবলৈ পঞ্জাৱত অৱস্থান গ্ৰহণ কৰে। যুৱৰাজ মহম্মদ আৰু বুগৰা খানৰ ওপৰত সীমান্ত পহৰা দিয়াৰ মূল দায়িত্ব আছিল, কিন্তু চুলতানে তেওঁলোকৰ নিয়মীয়া কৈ তত্বাৱধান কৰিছিল।
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ ছিৰাজুল ইছলাম; মিয়া, শ্বাহজাহান; খানম, মাহফুজা; আহমেদ, শ্বব্বীৰ, eds. (2012). "Bangladesh". বাংলাপিডিয়া: বাংলাদেশৰ ৰাষ্ট্ৰীয় বিশ্বকোষ (অনলাইন ed.). ঢাকা, বাংলাদেশ: বাংলাপিডিয়া ট্ৰাষ্ট, এছিয়াটিক চচাইটি অফ বাংলাদেশ. ISBN 984-32-0576-6. OCLC 52727562. Retrieved 10 November 2024.
- ↑ বগুড়া জেলা পৰিষদ (২০২৩-০৪-০৬). "(বগুড়া) জেলাৰ পটভূমি". www.bogra.gov.bd. Archived from the original on ২০২৩-০৪-০৮. https://web.archive.org/web/20230408195911/http://bogra.gov.bd/bn/site/page/awlT-%E0%A6%9C%E0%A7%87%E0%A6%B2%E0%A6%BE%E0%A6%B0-%E0%A6%AA%E0%A6%9F%E0%A6%AD%E0%A7%82%E0%A6%AE%E0%A6%BF। আহৰণ কৰা হৈছে: 2023-07-15.