মো. নাহিদ ইছলাম বৈষম্য বিৰোধী ছাত্ৰ আন্দোলনৰ অসহযোগ কাৰ্যসূচীত প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাছিনাৰ পদত্যাগৰ এক দফা দাবী ঘোষণা কৰি সফল হয়।[2]


নাহিদ ইছলাম
নাহিদ ইসলাম
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ উপদেষ্টা
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
১৬ আগষ্ট ২০২৪
পূৰ্বসূৰী মহম্মদ এ আৰাফাত
ডাক, দূৰসংযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ উপদেষ্টা
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
৯ আগস্ট ২০২৪[1]
নেতা মহম্মদ ইউনুছ
পূৰ্বসূৰী জুনাইদ আহমেদ পালক
অন্তৱৰ্তীকালীন চৰকাৰৰ উপদেষ্টা
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
৮ আগস্ট ২০২৪
ৰাষ্ট্ৰপতি মহম্মদ চাহাবুদ্দিন
নেতা মহম্মদ ইউনুছ
ব্যক্তিগত তথ্য
জন্ম ১৯৯৮
ঢাকা
নাগৰিকত্ব বাংলাদেশী
ৰাষ্ট্ৰীয়তা বাংলাদেশী
শিক্ষানুষ্ঠান
পেচা ছাত্ৰ, উপদেষ্টা

কৰ্মজীৱন

সম্পাদনা কৰক

২০২৪ চনৰ ৮ আগষ্টত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ উপদেষ্টা হিচাপে নিযুক্তি লাভ কৰি ৯ আগষ্টত ডাক, দূৰসংযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ উপদেষ্টা হিচাপে নিযুক্তি লাভ কৰে। ২০২৪ চনৰ ১৬ আগষ্টত তেওঁক তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ উপদেষ্টা হিচাপে নিযুক্তি দিয়া হয়।

প্ৰাথমিক জীৱন আৰু শিক্ষা

সম্পাদনা কৰক

নাহিদ ইছলামৰ ডাকনাম ফাহিম। ১৯৯৮ চনত ঢাকাত জন্মগ্ৰহণ কৰিছিল। পিতৃ শিক্ষক আৰু মা গৃহিণী। তেওঁৰ সৰু ভাইটি আছে। ২০১৪ চনত ঢাকাৰ দক্ষিণ বনশ্ৰী মডেল হাইস্কুলৰ পৰা এছ এছ চি উত্তীৰ্ণ হয়। ২০১৬ চনত চৰকাৰী বিজ্ঞান মহাবিদ্যালয়ৰ পৰা এইচএসছি উত্তীৰ্ণ হোৱাৰ পিছত তেওঁ ঢাকা বিশ্ববিদ্যালয়ৰ সমাজবিজ্ঞান বিভাগত ভৰ্তি হয়। ২০২২ চনত তেওঁ সন্মানত উত্তীৰ্ণ হয়। বৰ্তমান তেওঁ একেটা বিভাগতে স্নাতকোত্তৰ ছাত্ৰ। নাহিদৰ বিয়া হৈ গৈছে। আন্দোলনকাৰী হোৱাৰ উপৰিও তেওঁৰ ৰাজনৈতিক পৰিচয় আছে। তেওঁ গণতান্ত্ৰিক ছাত্ৰ শক্তিৰ কেন্দ্ৰীয় নেতা।