নীলা নাচনী চৰাই (ইংৰাজী: Slaty-blue Flycatcher বৈজ্ঞানিক নাম-Ficedula tricolor) 'Muscicapidae' পৰিয়ালৰ এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি।

নীলা নাচনী
Male and female, illustration by Keulemans, 1879
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Passeriformes
পৰিয়াল: Muscicapidae
গণ: Ficedula
প্ৰজাতি: F. tricolor
বৈজ্ঞানিক নাম
Ficedula tricolor
(Hodgson, 1845)
সমাৰ্থক
  • Digenea leucomelanura
  • Ficedula leucomelanura

বিতৰণ সম্পাদনা কৰক

এই চৰাইবিধ ঘাইকৈ ভাৰত উপ-মহাদেশ আৰু দক্ষিণ-পূব এছিয়াৰ বাংলাদেশ, ভুটান, লাওছ, ম্যানমাৰ, নেপাল, পাকিস্তান, থাইলেণ্ড আৰু ভিয়েটনামত পোৱা যায়।

বাসস্থান সম্পাদনা কৰক

এই চৰাইবিধে ঘাইকৈ ক্ৰান্তীয় আৰু অৰ্ধক্ৰান্তীয় সেমেকা অৰণ্যত বাস কৰে।

আচৰণ সম্পাদনা কৰক

খাদ্য সম্পাদনা কৰক

প্ৰজনন সম্পাদনা কৰক

এই চৰাইবিধে গছৰ খোৰোঙত বাহ সাঁজি কণী পাৰে। এবাৰত চাৰিটাকৈ সাধাৰণতে কণী পাৰে। কণীবোৰৰ ৰং ধূসৰ বৰণীয়া হোৱা দেখা যায়৷[2]

তথ্যসূত্ৰ সম্পাদনা কৰক