নীলা নাচনী
নীলা নাচনী চৰাই (ইংৰাজী: Slaty-blue Flycatcher বৈজ্ঞানিক নাম-Ficedula tricolor) 'Muscicapidae' পৰিয়ালৰ এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি।
নীলা নাচনী | |
---|---|
Male and female, illustration by Keulemans, 1879 | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Passeriformes |
পৰিয়াল: | Muscicapidae |
গণ: | Ficedula |
প্ৰজাতি: | F. tricolor |
বৈজ্ঞানিক নাম | |
Ficedula tricolor (Hodgson, 1845) | |
সমাৰ্থক | |
|
বিতৰণ
সম্পাদনা কৰকএই চৰাইবিধ ঘাইকৈ ভাৰত উপ-মহাদেশ আৰু দক্ষিণ-পূব এছিয়াৰ বাংলাদেশ, ভুটান, লাওছ, ম্যানমাৰ, নেপাল, পাকিস্তান, থাইলেণ্ড আৰু ভিয়েটনামত পোৱা যায়।
বাসস্থান
সম্পাদনা কৰকএই চৰাইবিধে ঘাইকৈ ক্ৰান্তীয় আৰু অৰ্ধক্ৰান্তীয় সেমেকা অৰণ্যত বাস কৰে।
আচৰণ
সম্পাদনা কৰকখাদ্য
সম্পাদনা কৰকপ্ৰজনন
সম্পাদনা কৰকএই চৰাইবিধে গছৰ খোৰোঙত বাহ সাঁজি কণী পাৰে। এবাৰত চাৰিটাকৈ সাধাৰণতে কণী পাৰে। কণীবোৰৰ ৰং ধূসৰ বৰণীয়া হোৱা দেখা যায়৷[2]
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ BirdLife International (2012). "Ficedula tricolor". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/106006537। আহৰণ কৰা হৈছে: 16 July 2012.
- ↑ "আৰ্কাইভ কপি". Archived from the original on 2013-09-27. https://web.archive.org/web/20130927162537/http://avis.indianbiodiversity.org/nests-and-eggs-of-indian-birds-vol-ii-1890/slaty-blue-flycatcher-cyornis-leucomelanurus.html। আহৰণ কৰা হৈছে: 2013-10-24.