পখী (চলচ্চিত্ৰ)
পখী (ইংৰাজী: Pokhi) হৈছে জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। ২০০০ চনত এই ছবিখন মুক্তি দিয়া হয়। ২০০০ চনত এই চলচ্চিত্ৰখনে আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে।[2][3]
পখী (And The River Flows…) | |
---|---|
চলচ্চিত্ৰখনৰ এটা স্ক্ৰীনশ্বট | |
পৰিচালক | জাহ্নু বৰুৱা[1] |
ৰচনা | জাহ্নু বৰুৱা |
প্ৰযোজক | শৈলধৰ বৰুৱা |
অভিনয়ত | বিষ্ণু খাৰঘৰীয়া হৰমোহন দাস গাৰ্গী বিনা পটংগীয়া ৰাজীৱ ক্ৰ' গোপাল খাৰঘৰীয়া সঞ্জয় খাৰঘৰীয়া ৰীতা দাস বৰুৱা |
চিত্ৰগ্ৰহণকাৰী | পি. ৰঞ্জন |
সম্পাদনা | হেউ-এন বৰুৱা |
সংগীত পৰিচালক | ৱাই. এছ. মূল্কী |
পৰিবেশক | ডলফিন ফিল্মছ প্ৰাইভেট লিমিটেড |
মুক্তি |
৭ এপ্ৰিল, ২০০০[1] |
দেশ | ভাৰত |
ভাষা | অসমীয়া ভাষা |
প্ল'ট
সম্পাদনা কৰকচলচ্চিত্ৰখনৰ কাহিনীটো পখী নামৰ ছোৱালী এজনীৰ ওপৰত কেন্দ্ৰিত। পিতৃ-মাতৃহীন পখীক তাইৰ খুড়াক আৰু খুড়ীয়েকে ডাঙৰ-দীঘল কৰে। তেওঁলোকে অসমৰ এখন ভিতৰুৱা গাঁৱত বাস কৰে। পখীৰ খুড়াক-খুড়ীয়েক চহৰলৈ গুচি যায় আৰু পখীক ল'ৰা-ছোৱালী নথকা এটা সম্ভ্ৰান্ত পৰিয়ালৰ হাতত থৈ যায়।[1]
অভিনয়ত
সম্পাদনা কৰকক্ৰম | অভিনেতা / অভিনেত্ৰীৰ নাম | চৰিত্ৰ |
---|---|---|
১ | বিষ্ণু খাৰঘৰীয়া | ..... |
২ | হৰমোহন দাস | ..... |
৩ | গাৰ্গী | ...... |
৪ | বিনা পটংগীয়া | ..... |
৫ | ৰাজীৱ ক্ৰ' | ...... |
৬ | গোপাল খাৰঘৰীয়া | ...... |
৭ | সঞ্জয় খাৰঘৰীয়া | .... |
৭ | ৰীতা দাস বৰুৱা | .... |
কাৰিকৰী খুঁটি-নাটি
সম্পাদনা কৰক- ফিল্ম: ৩৫ মিমি
- পৰ্দাৰ অনুপাত: ১:১.৬৬[1]
লগতে চাওক
সম্পাদনা কৰক
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ 1.0 1.1 1.2 1.3 "পখী (চলচ্চিত্ৰ)ৰ প্ল'ট". Jahnu Barua. ২০১১. Archived from the original on October 21, 2012. https://web.archive.org/web/20121021064006/http://www.jahnubarua.com/import/andtheriverflows.html। আহৰণ কৰা হৈছে: October 13, 2012.
- ↑ "A Cinematic Ode To Blemished Childhood". The Financial Express. Mar 16, 2003. http://www.financialexpress.com/printer/news/76246/। আহৰণ কৰা হৈছে: 25 February 2010.
- ↑ Biswas, Pradip (Friday, May 30, 2003). "Jahnu Barua’s Assamese film ridicules juvenile home". Screen India. http://www.screenindia.com/old/fullstory.php?content_id=4098। আহৰণ কৰা হৈছে: 25 February 2010.