পটিয়া পাত বেং (ইংৰাজী: Common tree frog, বৈজ্ঞানিক নাম-Polypedates leucomystax)'Rhacophoridae' পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ ভেকুলীৰ প্ৰজাতি৷

পটিয়া পাত বেং (Common tree frog)
Common tree frog (female)
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Amphibia
বৰ্গ: Anura
পৰিয়াল: Rhacophoridae
গণ: Polypedates
প্ৰজাতি: P. leucomystax
বৈজ্ঞানিক নাম
Polypedates leucomystax
(Gravenhorst, 1829)
সমাৰ্থক

Polypedates rugosus Duméril & Bibron, 1841
Polypedates teraiensis (Dubois, 1987 "1986")

Adult at Darmaga (Bogor Regency, West Java, Indonesia)

বিৱৰণ সম্পাদনা কৰক

বিতৰণ সম্পাদনা কৰক

পটিয়া পাত বেং ঘাইকৈ বাংলাদেশ, ব্ৰণেই, কম্বোডিয়া, চীন, ্যাৰত, ইণ্ডোনেছিয়া, লাওছ, মালয়েছিয়া, ম্যানমাৰ, নেপাল, ফিলিপাইনছ, ছিংগাপুৰ, থাইলেণ্ড, ভিয়েটনাম] আৰু ভূটান আদি দেশত বিস্তৃত হৈ আছে৷ শেহতীয়াকৈ এই ভেকুলীবিধক জাপানত পুনৰ সংস্থাপন কৰা হৈছে৷

বাসস্থান সম্পাদনা কৰক

পটিয়া পাত বেঙৰ প্ৰধান বাসস্থান হৈছে ক্ৰান্তীয় বা অৰ্ধক্ৰান্তীয় সেমেকা বনাঞ্চল, সেমেকা ঘাঁহনি, নদ-নদী, পুখুৰী, খেতি-পথাৰ আদি৷

আচৰণ সম্পাদনা কৰক

খাদ্য সম্পাদনা কৰক

প্ৰজনন সম্পাদনা কৰক

তথ্যসুত্ৰ সম্পাদনা কৰক

  ৱিকিমিডিয়া কমন্সত Polypedates leucomystax সম্পৰ্কীয় মিডিয়া ফাইল।

বাহ্যিক সংযোগ সম্পাদনা কৰক