পাথাৰকান্দি (বিধানসভা সমষ্টি)
পাথাৰকান্দি বিধানসভা সমষ্টি অসম বিধানসভাৰ ১২৬ খন বিধানসভা সমষ্টিৰ এখন। অসম বিধানসভাৰ সমষ্টিসমূহৰ ক্ৰমাংক অনুসৰি ২ হৈছে পাথাৰকান্দি বিধানসভা সমষ্টিৰ ক্ৰমাংক।[1] পাথাৰকান্দি কৰিমগঞ্জ জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ অন্যতম। ই কৰিমগঞ্জ লোকসভা সমষ্টিৰ অন্তৰ্গত সাতখন বিধানসভা সমষ্টিৰ এখন। কৰিমগঞ্জ লোকসভা সমষ্টিৰ আন ছয়টা বিধানসভা সমষ্টি হ'ল, কৰিমগঞ্জ জিলাৰ ৰাতাবাৰী, কৰিমগঞ্জ উত্তৰ, কৰিমগঞ্জ দক্ষিণ, বদৰপুৰ আৰু হাইলাকান্দি জিলাৰ হাইলাকান্দি, কাটলিচেৰা আৰু আলগাপুৰ।[1]
বিধায়কসকল
সম্পাদনা কৰক- ১৯৫১: গোপেশ নামশূদ্ৰ, কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া
- ১৯৫৭: বিশ্বনাথ উপাধ্যায়, নিৰ্দলীয়
- ১৯৬২: ৰামদেৱ মাল্লাহ, ভাৰতীয় জাতীয় কংগ্ৰেছ
- ১৯৬৭: এম.আৰ. কাণ্ড, নিৰ্দলীয়
- ১৯৭২: বিশ্বনাথ উপাধ্যায়, ভাৰতীয় জাতীয় কংগ্ৰেছ
- ১৯৭৮: ফকৰুল ইছলাম, নিৰ্দলীয়
- ১৯৮৩: মৈন উদ্দিন, নিৰ্দলীয়
- ১৯৮৫: মণিলাল গুৱালা, ভাৰতীয় জাতীয় কংগ্ৰেছ
- ১৯৯১: মধুসূদন তিৱাৰী, ভাৰতীয় জনতা পাৰ্টি
- ১৯৯৬: সুখেন্দু শেখৰ দত্ত, ভাৰতীয় জনতা পাৰ্টি
- ২০০১: মণিলাল গুৱালা, ভাৰতীয় জাতীয় কংগ্ৰেছ
- ২০০৬: কাৰ্তিক সেনা সিনহা, ভাৰতীয় জনতা পাৰ্টি
- ২০১১: মণিলাল গুৱালা, ভাৰতীয় জাতীয় কংগ্ৰেছ
- ২০১৬: কৃষ্ণেন্দু পাল, ভাৰতীয় জনতা পাৰ্টি[2]
লগতে চাওক
সম্পাদনা কৰকতথ্য উৎস
সম্পাদনা কৰক- ↑ 1.0 1.1 "Delimitation of Parliamentary and Assembly Constituencies Order, 2008". The Election Commission of India. পৃষ্ঠাসমূহ: 42, 72. http://eci.nic.in/eci_main/CurrentElections/CONSOLIDATED_ORDER%20_ECI%20.pdf.
- ↑ http://www.elections.in/assam/assembly-constituencies/patharkandi/[সংযোগবিহীন উৎস]