ৰাতাবাৰী (বিধানসভা সমষ্টি)
ৰাতাবাৰী বিধান সভা সমষ্টি অসম বিধানসভাৰ ১২৬ খন বিধানসভা সমষ্টিৰ এখন। অসম বিধানসভাৰ সমষ্টিসমূহৰ ক্ৰমাংক অনুসৰি ১ হৈছে ৰাতাবাৰী বিধানসভা সমষ্টিৰ ক্ৰমাংক। এই সমষ্টি অনুসূচীত জাতিৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত।[1] ৰাতাবাৰী কৰিমগঞ্জ জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ অন্যতম। ই কৰিমগঞ্জ লোকসভা সমষ্টিৰ অন্তৰ্গত সাতখন বিধানসভা সমষ্টিৰ এখন। কৰিমগঞ্জ লোকসভা সমষ্টিৰ আন ছয়টা বিধানসভা সমষ্টি হ'ল, কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি, কৰিমগঞ্জ উত্তৰ, কৰিমগঞ্জ দক্ষিণ, বদৰপুৰ আৰু হাইলাকান্দি জিলাৰ হাইলাকান্দি, কাটলিচেৰা আৰু আলগাপুৰ।[1]
বিধায়ক সকল[2]
সম্পাদনা কৰক- ১৯৬২: বৈদ্যনাথ মুখাৰ্জী, ভাৰতীয় জাতীয় কংগ্ৰেছ
- ১৯৬৭: বি. উপাধ্যা, ভাৰতীয় জাতীয় কংগ্ৰেছ
- ১৯৭২: সুৰঞ্জন নন্দী, ভাৰতীয় জাতীয় কংগ্ৰেছ
- ১৯৭৮: লীলাময় দাস, জনতা পাৰ্টি
- ১৯৮৩: সুবল চন্দ্ৰ দাস, ভাৰতীয় জাতীয় কংগ্ৰেছ
- ১৯৮৫: কুমাৰী ৰবিদাস, ভাৰতীয় জাতীয় কংগ্ৰেছ
- ১৯৯১: ৰামপ্যাৰে ৰবিদাস, ভাৰতীয় জাতীয় কংগ্ৰেছ
- ১৯৯৬: শম্ভূ সিং মাল্লাহ, ভাৰতীয় জনতা পাৰ্টি
- ২০০১: ৰথীশ ৰঞ্জন চৌধুৰী, নিৰ্দলীয়
- ২০০৩: কৃপানাথ মাল্লাহ, ভাৰতীয় জাতীয় কংগ্ৰেছ
- ২০০৬: শম্ভূ সিং মাল্লাহ, ভাৰতীয় জনতা পাৰ্টি
- ২০১১: কৃপানাথ মাল্লাহ, ভাৰতীয় জাতীয় কংগ্ৰেছ
- ২০১৬: কৃপানাথ মাল্লাহ, ভাৰতীয় জনতা পাৰ্টি
লগতে চাওক
সম্পাদনা কৰকতথ্য উৎস
সম্পাদনা কৰক- ↑ 1.0 1.1 "Delimitation of Parliamentary and Assembly Constituencies Order, 2008". The Election Commission of India. পৃষ্ঠাসমূহ: 42, 72. http://eci.nic.in/eci_main/CurrentElections/CONSOLIDATED_ORDER%20_ECI%20.pdf.
- ↑ "List of winning MLA's from Ratabari (SC) Till Date". elections.in. http://www.mapsofindia.com/assemblypolls/assam/ratabari-sc-assembly-constituency.html। আহৰণ কৰা হৈছে: May 13, 2016.