প্ৰতাপচন্দ্ৰ চৌধুৰী (ইংৰাজী: Pratap Chandra Choudhury) এগৰাকী অসমীয়া ইতিহাসবিদ আৰু শিক্ষাবিদ।

প্ৰতাপচন্দ্ৰ চৌধুৰী
জন্ম ১৯১৭
বৰপেটা জিলা
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষানুষ্ঠান কটন কলেজ, বেনাৰস হিন্দু বিশ্ববিদ্যালয়, লণ্ডন বিশ্ববিদ্যালয়
উল্লেখযোগ্য কৰ্ম The History of Civilisation of the People of Assam to the Twelfth Century A. D.
ধৰ্ম হিন্দু ধৰ্ম

জন্ম আৰু শিক্ষা

সম্পাদনা কৰক

জন্মস্থান বৰপেটা জিলাৰ সুন্দৰীদিয়া। বৰপেটাৰ পৰা প্ৰাথমিক শিক্ষা লাভ কৰে। ইতিহাস বিভাগত উচ্চ শিক্ষা লাভ কৰে কটন কলেজ আৰু বেনাৰছ হিন্দু বিশ্ববিদ্যালয়ৰ পৰা। চৌধুৰীয়ে এ. এল. বাছামৰ তত্ত্বাৱধানত লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা 'The History of Civilisation of the People of Assam to the Twelfth Century A. D.' বিষয়ত গবেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰে।

কৰ্ম-জীৱন

সম্পাদনা কৰক

তেওঁ কাননগোপাৰা কলেজ, ভোলানাথ কলেজ, কটন কলেজ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত শিক্ষকতা কৰিছিল॥[1]

সাহিত্যিক অৱদান

সম্পাদনা কৰক
  • The History of Civilisation of the People of Assam to the Twelfth Century A. D. (1959)
  • Assam-Bengal Relations from the Earliest Times to the Twelfth Century A.D.(1988)
  • A Catalogue of Sanskrit Manuscripts (সম্পা.)
  • হস্তিবিদ্যাৰ্ণৱ (সম্পা.),
  • স্মৃতি জ্যোতিষ সাৰ সংগ্ৰহ (সম্পা.),
  • অভিনন্দন ভাৰতী: প্ৰফেছাৰ কে. কে. হেণ্ডিক ফেলিচিটেশন ভলিউম (সম্পা.),
  • অনন্ত আচাৰ্যৰ আনন্দ লহৰী' (সম্পা.),
  • অমৃত মন্থন ইত্যাদি।

প্ৰসংগসূত্ৰ

সম্পাদনা কৰক
  1. দত্তবৰুৱা, মঞ্জু, সম্পা.(২০১২), অসম লেখক কোষ, তৃতীয় খণ্ড, অসম সাহিত্য সভা, পৃ.৩৪