পৰিমিতি
পৰিমিতি হৈছে গণিতৰ এক বৃহৎ শাখা য'ত বিভিন্ন জ্যামিতিক আকৃতি সমূহৰ সৈতে জড়িত বিভিন্ন মাপ বা জোখ-মাখবোৰ লোৱা হয়। মাপ হৈছে কোনো বস্তু বা ঘটনাৰ বিশেষত্ব বুজাবলৈ ব্যৱহাৰৰ কৰা এক সংখ্যাত্মক প্ৰকল্প। যাৰ তুলনা অন্য বস্তু বা ঘটনাৰ সৈতে কৰিব পাৰি।[1][2] মাপৰ পৰিসৰ আৰু তাৰ প্ৰয়োগ নিৰ্ভৰ কৰে মাপৰ প্ৰাসংগিকতা আৰু নিয়মানুগত্যতাৰ ওপৰত। পৰিমিতিৰ শাখাটোৱে জ্যামিতিক আকৃতি সমূহৰ পৰিসীমা, কালি, ঘনফল আদিৰ মান নিৰ্ণয় কৰে।
পৰিসীমা নিৰ্ণয়ৰ সূত্ৰ
সম্পাদনা কৰকআকৃতি | সূত্ৰ | চলক |
---|---|---|
বৃত্ত | য'ত হৈছে বৃত্তৰ ব্যাসাৰ্ধ আৰু ব্যাস | |
ত্ৰিভুজ | য'ত , আৰু ত্ৰিভুজটোৰ বাহু তিনিটাৰ দৈঘ্য | |
বৰ্গ/ৰম্বাছ | য'ত হৈছে বাহু দৈঘ্য | |
আয়তক্ষেত্ৰ | য'ত হৈছে দৈঘ্য প্ৰস্থ. | |
সমবাহু বহুভুজ | য'ত হৈছে মুঠ বাহুৰ সংখ্যা হৈছে এটা বাহুৰ দৈঘ্য | |
স্বাভাৱিক বহুভুজ | য'ত হৈছে মুঠ বাহুৰ সংখ্যা হৈছে বহুভুজৰ কেন্দ্ৰৰ পৰা এটা কোণৰ মাজৰ দূৰত্ব | |
সাধাৰণ বহুভুজ | য'ত হৈছে -th nটা বাহু যুক্ত বহুভুজৰ
(1st, 2nd, 3rd ... nth) বাহুৰ দৈঘ্য |
কালি নিৰ্ণয়ৰ সূত্ৰ সমূহ
সম্পাদনা কৰকসাধাৰণতে আটাইতকৈ বেছি ব্যৱহাৰ হোৱা কালি নিৰ্ণয়ৰ সূত্ৰটোৱেই হৈছে আয়তক্ষেত্ৰৰ সূত্ৰ। য'ত আয়তটোৰ দীঘ l আৰু প্ৰস্থ w দিয়া থাকে। এই সূত্ৰটো হৈছে-[3][4]
- A = lw (আয়তক্ষেত্ৰ).
এইটো আয়তৰ কালি নিৰ্ণয়ৰ সূত্ৰ। য'ত দীঘ আৰু প্ৰস্থক পূৰণ কৰা হয়। আকৌ যদি l = w আৰু বাহু sৰ দৈঘ্য দিয়া থাকিলে বৰ্গ ক্ষেত্ৰৰ বাবে কালি হ'ব-[3][5]
- A = s2 (বৰ্গক্ষেত্ৰ).
আকৃতি | সূত্ৰ | চলক |
---|---|---|
সাধাৰণ ত্ৰিভুজ (সমবাহু ত্ৰিভুজ) | হৈছে এটা বাহুৰ দৈঘ্য। | |
ত্ৰিভুজ | হৈছে অৰ্ধ পৰিসীমা, , আৰু হৈছে বাহু তিনিটাৰ দৈঘ্য। | |
ত্ৰিভুজ[3] | আৰু দুটা বাহু, আৰু হৈছে বাহু দুটাৰ মাজৰ কোণ। | |
ত্ৰিভুজ | আৰু হৈছে ভূমি আৰু লম্ব (ত্ৰিভুজৰ শীৰ্ষ বিন্দুৰ পৰা ভূমিলৈ টনা লম্ব)। | |
সমদ্বিবাহু ত্ৰিভুজ | সমান বাহু দুটাৰ দৈঘ্য হৈছে তৃতীয় বাহুৰ দৈঘ্য। | |
ৰম্বাচ/চিলা | আৰু হৈছে ৰম্বাচ আৰু চিলাৰ কৰ্ণ দুডালৰ দৈঘ্য। | |
সামান্তাৰিক | হৈছে ভূমিৰ দৈঘ্য আৰু লম্বৰ দৈঘ্য। | |
ট্ৰেপেজিয়াম | আৰু হৈছে এযোৰ সমান্তৰাল বাহু হৈছে সমান্তৰাল বাহু যোৰৰ মাজৰ দূৰত্বৰ পাৰ্থক্য। | |
স্বাভাৱিক ষষ্ঠভূজ | হৈছে ষষ্ঠভূজৰ এটা বাহুৰ দৈঘ্য। | |
স্বাভাৱিক অষ্টভুজ | is the length of one side of the octagon. | |
Regular polygon | is the side length and is the number of sides. | |
Regular polygon | is the perimeter and is the number of sides. | |
Regular polygon | is the radius of a circumscribed circle, is the radius of an inscribed circle, and is the number of sides. | |
Regular polygon | is the number of sides, is the side length, is the apothem, or the radius of an inscribed circle in the polygon, and is the perimeter of the polygon. | |
Circle | is the radius and the diameter. | |
Circular sector | and are the radius and angle (in radians), respectively and is the length of the perimeter. | |
Ellipse[3] | and are the semi-major and semi-minor axes, respectively. | |
Total surface area of a cylinder | and are the radius and height, respectively. | |
Lateral surface area of a cylinder | and are the radius and height, respectively. | |
Total surface area of a sphere | and are the radius and diameter, respectively. | |
Total surface area of a pyramid | is the base area, is the base perimeter and is the slant height. | |
Total surface area of a pyramid frustum | is the base area, is the base perimeter and is the slant height. | |
বৰ্গ to circular area conversion | হৈছে বৰ্গ এককত বৰ্গৰ কালি। | |
Circular to square area conversion | বৃত্তিয় এককত বৃত্তৰ কালি। |
ওপৰৰ তালিকাৰ সূত্ৰ সমূহ কেৱল সাধাৰণ আকৃতিৰ ক্ষেত্ৰফল নিৰ্ণয়ৰ কাৰণে হে ব্যৱহাৰ কৰা হয়। বিষম আকৃতি সমূহৰ ক্ষেত্ৰফল বা কালি নিৰ্ণয় কৰিবলৈ "Surveyor's formula" ব্যৱহাৰ কৰা হয়।[6]
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ Pedhazur, Elazar J.; Schmelkin, Liora Pedhazur (1991). Measurement, Design, and Analysis: An Integrated Approach (1st সম্পাদনা). প্ৰকাশক Hillsdale, NJ: Lawrence Erlbaum Associates. পৃষ্ঠা. 15–29. ISBN 978-0-8058-1063-9.
- ↑ International Vocabulary of Metrology – Basic and General Concepts and Associated Terms (VIM) (3rd সম্পাদনা). International Bureau of Weights and Measures. 2008. পৃষ্ঠা. 16. http://www.bipm.org/utils/common/documents/jcgm/JCGM_200_2008.pdf.
- ↑ 3.0 3.1 3.2 3.3 "Area Formulas". Math.com. Archived from the original on 2 July 2012. http://www.math.com/tables/geometry/areas.htm। আহৰণ কৰা হৈছে: 2 July 2012.
- ↑ "Area of Parallelogram/Rectangle". ProofWiki.org. Archived from the original on 20 June 2015. http://proofwiki.org/wiki/Area_of_Parallelogram/Rectangle। আহৰণ কৰা হৈছে: 29 May 2016.
- ↑ "Area of Square". ProofWiki.org. Archived from the original on 4 November 2017. http://proofwiki.org/wiki/Area_of_Square। আহৰণ কৰা হৈছে: 29 May 2016.
- ↑ Braden, Bart (September 1986). "The Surveyor's Area Formula". The College Mathematics Journal খণ্ড 17 (4): 326–337. doi:10.2307/2686282. Archived from the original on 27 June 2012. http://www.maa.org/pubs/Calc_articles/ma063.pdf। আহৰণ কৰা হৈছে: 15 July 2012.