ফফং জলকীয়া

এবিধ উদ্ভিদ

চি. চাইনেনছি (ইংৰাজী: Capsicum chinense) হৈছে এক প্ৰকাৰৰ জলকীয়া। ইয়াক সাধাৰণতে ফফং জলকীয়া বা ইংৰাজীত "য়েল্ল' নেণ্টাৰ্ণ চিলি" (yellow lantern chili) বুলি কোৱা হয়।[2] ই আমেৰিকাৰ এক থলুৱা প্ৰজাতি। ইহঁতৰ ব্যতিক্ৰমী জ্বলা গুণ আৰু অনন্য গন্ধৰ বাবে এই প্ৰজাতিৰ বিভিন্ন প্ৰকাৰবোৰ সমগ্ৰ বিশ্বতে জনাজাত। পৃথিৱীৰ আটাইতকৈ জ্বলা জলকীয়া; ভোট-জলকীয়া এই প্ৰজাতিৰে অন্তৰ্গত এক প্ৰকাৰ।[3]

ফফং জলকীয়া
Habanero fruits
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Asterids
বৰ্গ: Solanales
পৰিয়াল: Solanaceae
গণ: Capsicum
প্ৰজাতি: C. chinense
বৈজ্ঞানিক নাম
Capsicum chinense
Jacq.
সমাৰ্থক[1]
  • Capsicum sinense Murray
  • Capsicum toxicarium Poepp. ex Fingerh.

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "Capsicum chinense Jacq.". The Plant List. http://www.theplantlist.org/tpl/record/kew-2698475. 
  2. "Capsicum Chinense". Rikke's Plants. Bihrmann. http://www.bihrmann.com/rikke/subs/cap-chi-sub.asp। আহৰণ কৰা হৈছে: 8 May 2011. 
  3. "Hottest chili". Guinness World Records. http://www.guinnessworldrecords.com/world-records/hottest-chili। আহৰণ কৰা হৈছে: 2016-02-02.