বাদামী টুনি (ইংৰাজী: Chestnut Munia বৈজ্ঞানিক নাম - Lonchura atricapilla) টুনি চৰাইৰ প্ৰজাতিৰ এবিধ সৰু চৰাই।

বাদামী টুনি
অসমৰ আজাৰাত তোলা বাদামী টুনিৰ ছবি
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Passeriformes
পৰিয়াল: Estrildidae
গণ: Lonchura
প্ৰজাতি: atricapilla

বিৱৰণ সম্পাদনা কৰক

ফুটুকী টুনিৰ দেহৰ দৈৰ্ঘ্য সাধাৰণতে ১১-১২ ছে:মি: আৰু ওজন প্ৰায় ১৬ গ্ৰাম মান হয়। পূৰ্ণবয়স্ক ফুটুকী টুনিৰ ঠোঁটটো চুটি আৰু জোঙা হয়। ইয়াৰ মুৰ ক‌’লা, পাখি আৰু বুকু বাদামী, ঠোট নীল-ধোৱা বৰণৰ হয়।

বিতৰণ সম্পাদনা কৰক

বাদামী টুনি ইণ্ডোনেছিয়া, কম্বোডিয়া, চিঙ্গাপুৰ, চীন, টাইৱান, থাইলেণ্ড, নেপাল, ফিলিপাইন, বাংলাদেশ, ব্ৰুণেই, ভাৰত, ভিয়েটনাম, মালয়েছিয়া, ম্যানমাৰ, লাওচ আৰু হাৱাই দেশত পোৱা যায়।

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. BirdLife International (2016). Lonchura atricapilla. 2016. p. e.T22729138A95007301. doi:10.2305/IUCN.UK.2016-3.RLTS.T22729138A95007301.en.