বাৰ্তা:অসমত ব্যৱহৃত পতংগ খাদ্য

Latest comment: 2 বছৰৰ পূৰ্বে by Chiring chandan in topic ছবিৰ কপিৰাইট


ছবিৰ কপিৰাইট সম্পাদনা কৰক

প্রান্তিকৰ ২০০৫চনৰ ২৪সংখ্যাৰ পৃ:৩৩-৩৫ত আমাৰ লেখা“উত্তৰ-পূৰ্বাঞ্চলৰ মানুহৰ প্রিয় খাদ্য: পতংগ” প্রকাশ হৈছিল। ছবিসমূহ ডঃ ৰবীন গগৈ ছাৰ(বৰ্তমান, Indian Agricultural Research Institute, Newdelhiত কৰ্মৰত মুখ্যবিজ্ঞানী ) এ তেতিয়াৰ “নিগেটিভ ৰল” ব্যৱহৃত কেমেৰাৰে তোলা, সেয়ে ছবিৰ কপিৰাইট আমাৰ ৰাখিছোঁ। RNBK

ভাল, তেন্তে সমস্যা একো নাই|  বিষ্ণু শ‍ইকীয়াবাৰ্তা 10:31, 8 এপ্ৰিল 2012 (UTC)

RNBK: নতুন পাদ-টিকা কেইটামান মই সংগ্রহ কৰা তথ্যৰ পৰা যোগ দিছিলোঁ, যাক ভিত্তি কৰি মোৰ প্রান্তিকৰ প্রৱন্ধটো যুগুতাইছিলোঁ

তেন্তে, বাক্যবোৰৰ মাজে মাজে <ref> নতুন পাদ-টিকা সংযোগসমূহ <ref/> লিখি দিলে ভাল হ’লহেতেন|  বিষ্ণু শ‍ইকীয়াবাৰ্তা 13:52, 9 এপ্ৰিল 2012 (UTC)
ছবিবোৰৰ কপিৰাইট নিজে ৰাখিছোঁ বুলি লেখকে কৈছে, ছবিবোৰতো ৱাটাৰমাৰ্ক দিয়া আছে। কিন্তু অনুজ্ঞাপত্ৰখন ৰাজহুৱা ডমেইনৰ বুলি দিয়া আছে। — গীতাৰ্থ বৰদলৈ (talk) 15:13, 13 ছেপ্টেম্বৰ 2012 (UTC)

ৱাটাৰমাৰ্ক থকা আলোকচিত্ৰসমূহৰ সলনি কমন্সৰ পৰা পতংগসমূহৰ আলোকচিত্ৰ দিয়াৰ প্ৰস্তাৱ এটা ৰাখিলোঁ‌। ---Chandan Chiring Phukon Chat 07:08, 27 January 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক

"অসমত ব্যৱহৃত পতংগ খাদ্য" পৃষ্ঠালৈ উভতি যাওক।